দিল্লীৰ বিৰুদ্ধে অসমৰ ৰঞ্জী দল ঘোষণা
গুৱাহাটী, ২৭ ছেপ্টেম্বৰঃ অসমৰ ৰঞ্জী দলটো আজি ঘোষণা কৰা হয়৷ দিল্লীৰ বিৰুদ্ধে অৱৰ্তীণ হ’বলগীয়া অসমৰ দলটোক নেতৃত্ব দিব গকুল শৰ্মাই৷ গকুল শৰ্মাৰ লগত দলত আবু নেছিম, প্ৰীতম দাস, কৃষ্ণ দাস, অৰূপ দাস, ৰাহুল সিং, স্বৰূপম পুৰকায়স্থ, কুনাল শইকীয়া, অমিত সিনহা, প্ৰীতম …