বিকশিত অসমৰ ফোপোলা স্বৰূপ
দক্ষিণ কামৰূপ, ২৭ ছেপ্টেম্বৰঃ দক্ষিণ কামৰূপৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাঙ্গাপানীৰ পৰা মালীবাৰী বজাৰ হৈ মালীবাৰী সত্ৰ সংযোগী পথৰ শোচনীয় অৱস্থাই সৰ্বসাধাৰণক জুৰুলা কৰিছে৷ বানপীড়িত বৃহত্তৰ মালীবাৰীৰ যাতায়তৰ বাবে একমাত্ৰ নিৰ্ভৰযোগ্য পথটোৰ উচ্চতা কম হোৱাৰ বাবে বানপানীৰ সময়ত পথটোৰ ওপৰেদি …