গল্পকাৰ নিলোৎপল বৰুৱাৰ প্ৰতিকৃতি দাহ ৰূপসী ব্লক কংগ্ৰেছৰ
কলগাছিয়া ২৪ ছেপ্টেম্বৰঃ অসমৰ তিনিজনকৈ সংখ্যালঘু বিধায়কক ফেচবুকত পিষ্টলেৰে গুলীয়াই হত্যাৰ ভাবুকি প্ৰদান কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে নিলোৎপল বৰুৱা নামৰ এগৰাকী গল্পকাৰে। বৰুৱাই কেৱল হত্যাৰ ভাবুকিয়েই দি ক্ষান্ত নাথাকি বিধায়ক তিনিজনক বাংলাদেশী বুলিও অভিহিত কৰে। বিধায়ক তিনিগৰাকী ক্ৰমে আব্দুল …