সৌন্দৰ্য্য, লৰ্জ্জা নিৰ্বাৰণৰ প্ৰতীক চুলি বিসৰ্জনেৰে নাৰীৰ প্ৰতিবাদ
গুৱাহাটী, ১ ছেপ্টেম্বৰঃ নাৰীৰ সৌন্দৰ্য্য আৰু লৰ্জ্জা নিৰ্বাৰণৰ প্ৰতীক চুলি৷ কিমান ৰুঢ় বাস্তৱৰ সন্মুখীন হ’ব লাগিব এগৰাকী নাৰী, যি নিজৰ চুলিটাৰি বিসৰ্জন দিবলৈও কুন্ঠাবোধ নকৰা হ’ব৷ মহানগৰীৰ দিঘলীপুখুৰীৰ পাৰত কেবাগৰাকী নাৰীয়ে নিজৰ সৌন্দৰ্য্য, লৰ্জ্জা নিৰ্বাৰণৰ প্ৰতীক সুন্দৰ চুলিটাৰী ৰাজহুৱা ভাবে …