মেঘালয়াত বৰষুণ গোৱালপাৰাত বানপানীঃ অভয়াপুৰীতো কৃত্ৰিম বানপানীৰ কৱলত ৪টাকৈ ৱাৰ্ড
গোৱালপাৰা/অভয়াপুৰী, ৩০ ছেপ্টেম্বৰঃ অসমৰ সমীপৱৰ্তী পাহাৰীয়া ৰাজ্য মেঘালয়াত বিগত কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নামনি অসমৰ গোৱালপাৰা জিলাৰ কেবাখনো গাওঁ জলমগ্ন হৈছে। মেঘালয়ৰ পাহাৰ পৰা নামি অহা বৰষুণৰ পানীয়ে গোৱালপাৰাৰ বলবলত কেবাখনো গাঁৱত কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে। কৃত্ৰিম বানপানীৰ ফলত …