আইটিচিৰ মালভৰ্ত্তি অপহৃত ট্ৰাক উদ্ধাৰ

গুৱাহাটী, ১২ জুনঃ চাংসাৰী আৰক্ষীয়ে অভিযান চলাই আইটিচিৰ এখন মালভৰ্ত্তি অপহৃত ট্ৰাক উদ্ধাৰ কৰাৰ লগতে দুজন ব্যক্তিক আটক কৰে৷ উল্লেখ্য যে, যোৱা ৯ জানুৱাৰীত চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত আইটিচিৰ এখন মালভৰ্ত্তি ট্ৰাক কোকোৰাঝাৰলৈ গৈ থকা অৱস্থাত অপহৃত হৈছিল৷ আইটিচিৰ এ …

উত্তৰ-পূৰ্বাঞ্চলৰ খেলুৱৈক সম্বৰ্ধনা টি জি কানেক্টৰ

গুৱাহাটী, ১২ জুনঃ ভাৰতীয় ফুটবল আৰু শৰীৰচৰ্চাৰ ক্ষেত্ৰখনলৈ অনবদ্য বৰঙণি আগবঢ়োৱা উত্তৰ-পূৰ্বাঞ্চলৰ ফুটবল খেলুৱৈ আৰু শৰীৰ চৰ্চাবিদক টি জি কানেক্টৰৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয়৷ চ্চিজেল আৰু বডি বিল্ডিং ইণ্ডিয়া ডটকমৰ পৃষ্ঠপোষকতা আৰু ইণ্ডিগ’ৰ সমৰ্থনপ্ৰাপ্ত এই অনুষ্ঠানটোত বিশ্ব বিজেতা আৰাম্বাম ববী সিংৰ …

বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ আঁচনি মুকলি

বৰপেটা, ১১ জুনঃ বৰপেটাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বৰডাঙাত বেকী নদীৰ গৰাখহনীয়াই ৰোধৰ কাৰণে পাৰ্কপাইন আৰু ৰিং বান্ধৰ আঁচনি দুখন মুকলি কৰে জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেকে। উল্লেখ্য যে, বৰপেটাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বৰডাঙাত মাথাউৰি নিৰ্মাণৰ কাম সৰ্ম্পূণ কৰা হৈছে। মাথাউৰিটো …

নলবাৰী জিলা সাংবাদিক সন্থাৰ অধিবেশন

নলবাৰী,  ১১ জুনঃ গণতান্ত্ৰিক দেশৰ শাসকক নিৰ্বাচন কৰে জনসাধাৰণে৷ এই শাসকৰ সৈতে সংযোগ নিৰ্মাণ কৰে সংবাদ পত্ৰই৷ সংবাদ পত্ৰ নোহোৱা হ’লে উভয়ৰে সম্পৰ্ক হেৰাই যাব। এই মন্তব্য বিশিষ্ট সাহিত্যিক, সমালোচক ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ। নলবাৰী জিলা সাংবাদিক সন্থাৰ দশম দ্বি-বাৰ্ষিক …

চৰাইদেউত গুটখাৰ ৰমৰমীয়া মুক্ত বেহা

চৰাইদেউ, ১১জুনঃ প্ৰশাসনে সামাজিক পৰিৱেশ বিনষ্টকাৰী তথা স্বাস্থ্য হানিকাৰক বিভিন্ন ধৰণৰ গুটখা জাতীয় সামগ্ৰী বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো চৰাইদেউত এই নিষেধাজ্ঞা কোনেও সুচাৰুৰূপে পালন কৰা পৰিলক্ষিত হোৱা নাই। জিলা প্ৰশাসনে বিহ হিচাপে পৰিগণিত গুটখা জাতীয় নিচাযুক্ত সামগ্ৰী …

সৰভোগত অবৈধ কাঠ ফলা যন্ত্ৰ জব্দ

সৰভোগ, ১১ জুনঃ বৰপেটা জিলাৰ সৰভোগ বগুৰিগুৰীত এটা কাঠফলা মিল জব্দ কৰা হয়৷ প্ৰাপ্ত তথ্য অনুসৰি, ৫৪ নং এছ এছ বিয়ে অভিযান চলাই চোৰাং কাঠফলা মিলটো জব্দ কৰাৰ লগতে দুজন ব্যক্তিক কৰায়ত্ত কৰে। আটক কৰা ব্যক্তি দুজন ক্ৰমে পোৰাগাঁওৰ নিবাসী …

আজিৰ নিয়োগ বাৰ্তা

গুৱাহাটীৰ আছাম ডনবস্ক’ ইউনিভাৰ্ছিটীত অধ্যাপক, সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপক আৰু কাৰ্যালয়ৰ সহায়কসহ মুঠ ২২ পদত নিযুক্তি অনলাইন আৱেদনৰ অন্তিম তাৰিখঃ ১৪ জুন সবিশেষ যোগাযোগঃ ৯৪৩৫৫-৬৯২১৬   অৰুণাচল প্ৰদেশৰ পাচিঘাটত অৱস্থিত নৰ্থ-ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ ফ’ৰ মেডিচিনত ১৪টা পদত নিযুক্তি আৱেদন …

সোনাপুৰৰ ৰাজপথত লাজুকী বান্দৰ

সোনাপুৰ, ১১ জুনঃ সোনাপুৰৰ সৰ্মীপবৰ্ত্তী ৰেৱা মহেশ্বৰ গাঁৱত এটা দুলৰ্ভ প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ হয়৷ ৰেৱা মহেশ্বৰ গাঁৱৰ বাসিন্দা উদিত ইংলেঙে ঘৰৰ সন্মুখৰ ৰাজপথত লাজুকী বান্দৰটোক প্ৰত্যক্ষ কৰে৷ ওচৰৰ হাবিৰ পৰা পথভ্ৰষ্ট হৈ লাজুকী বান্দৰটো ৰাজপথত যান-বাহনৰ মাজত আৱদ্ধ হৈ …

বাইহাটা চাৰিআলিত অজগৰ উদ্ধাৰ

বাইহাটা চাৰিআলি, ১০ জুনঃ বাইহাটা চাৰিআলিৰ আলিপুৰ গাঁৱত বৃহৎ আকাৰৰ অজগৰ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি কৰিছে৷ প্ৰকাণ্ড আকাৰৰ অজগৰটোৱে এটা ছাগলী ভক্ষণ কৰাৰ পিছত পথাৰত পৰি থাকে৷ ওচৰৰে গাঁৱৰ ব্যক্তি এজনে প্ৰথমে পথাৰৰ মাজত প্ৰকাণ্ড আকাৰৰ অজগৰটো …

মিহিৰ কান্তি চৌধুৰীক ডক্টৰেট অৱ ছায়েঞ্চ আৰু ড০ ডিডি লাপাঙক ডি লিট সন্মান

ইউ এছ টি এমৰ সমাবৰ্তন সমাৰোহ গুৱাহাটী, ১০ জুনঃ মেঘালয়া ইউনিভাছিটি অৱ ছাইন্স এণ্ড টেকনলজি (ইউ এছ টি এম)ৰ দ্বিতীয়টো সমাবৰ্তন সমাৰোহ বিশ্ববিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হয়৷ সমাবৰ্তন সমাৰোহত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য প্ৰফেচৰ মিহিৰ কান্তি চৌধুৰীক ডক্টৰেট অৱ ছায়েঞ্চ আৰু …