বৰ্ণিহাটত অধিক ওজনৰ চিমেন্ট কঢ়িওৱা ট্ৰাক জব্দ

যোৰাবাট, ২৯ মেঃ সোণাপুৰ আৰক্ষী থানা অন্তৰ্গত বৰ্ণিহাটৰ বৰখাটৰ উৰল গাঁৱৰ বাসীন্দাসকলে অবৈধ ভাবে অধিক ওজনৰ চিমেন্ট কঢ়িওৱা ২২ খন ট্ৰাক ঘেৰাও কৰি জিলা পৰিবহণ বিষয়াৰ হাতত চমজাই দিয়ে৷ উচ্চতম ন্যায়ালয়ৰ নিদেৰ্শক বৃদ্ধাগুষ্ঠ দেখুৱাই সোণাপুৰ আৰক্ষী থানাৰ বিষয়া মঞ্জু গগৈৰ …

মৰা’ আহি আছে: অসমকে ধৰি সমগ্ৰ উত্তৰ-পূবাঞ্চলত পৰিব প্ৰভাৱ

অনলাইন ডেস্ক, ২৯ মেঃ বংগোপ সাগৰত সৃষ্টি হোৱা ‘মৰা’  ঘূৰ্ণিবতাহ ভাৰত আৰু বাংলাদেশৰ ফালে অগ্ৰসৰ হৈছে। আগন্তুক ১২ পৰা ১৮ ঘণ্টাৰ ভিতৰত ‘মৰা’ই বাংলাদেশৰ চিত্তাগাঁৱত প্ৰৱেশ কৰিব। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ‘মৰা’ই বাংলাদেশত প্ৰৱেশ কৰাত অসমকে ধৰি মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, …

উত্তৰ-পূৱ সংগ্ৰহালয় আৰু সংস্কৃতি কেন্দ্ৰৰ অগ্নিকাণ্ডত বিধ্বংসী অঞ্চলত বনমন্ত্ৰী পৰিদৰ্শন

সোণাপুৰ, ২৯ মেঃ বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই নজীৰাখাট স্থিত উত্তৰ-পূৱ সংগ্ৰহালয় আৰু সংস্কৃতি কেন্দ্ৰত আকস্মিক ভাবে পৰিদৰ্শন কৰে৷ পৰিদৰ্শনৰ সময়ত বনমন্ত্ৰী গৰাকীয়ে সংগ্ৰহালয় আৰু সংস্কৃতি কেন্দ্ৰৰ মাটি অবৈধ ভাবে দখল কৰে৷ তেওঁ বিগত সময়ছোৱাত হোৱা অগ্নিকাণ্ডৰ আঁৰত গভীৰ ষড়যন্ত্ৰ জড়িত …

শিক্ষকক ৰাইজৰ শিক্ষাদান

সোনাপুৰ, ২৯ মেঃ সোনাপুৰৰ কমালাজাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ এজন শিক্ষকক ৰাইজে দিলে উচিত শিক্ষা। বিদ্যালয়ৰ চৌহদত শিক্ষক জনক কাণত ধৰাই আঁঠু কঢ়ালে স্থানীয় ৰাইজে। সোনাপুৰৰ কমালাজাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সমাজ বিজ্ঞানৰ শিক্ষক প্ৰাণেশ্বৰ ভূঞাই যোৱা কিছু মাহ ধৰি বিদ্যালয় খনৰ …

মানকাচাৰৰ উপায়ুক্তক বদলিৰ দাবীত আমৰণ অনশন

  মানকাচাৰ, ২৯ মেঃ দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ উপায়ুক্ত কৰুণা কুমাৰীক জিলাখনৰ পৰা বদলি কৰাৰ দাবীত জিলাখনৰ ২০ টাকৈ সংগঠনে স্থানীয় ৰাইজৰ সহযোগত আজিৰে পৰা আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰে৷ দক্ষিণ শালমাৰা মানকাচাৰত কৰুণা কুমাৰীয়ে উপায়ুক্তৰ দায়িত্ব লাভ কৰাৰ পিছৰে পৰা জিলা …

লংকাত কিশোৰীক অপহৰণ কৰি ধৰ্ষণ

লংকা, ২৯ মেঃ লংকাৰ নখুটী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ৩নং খাগৰীজান আহমদ নগৰৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক একে গাঁৱৰে এজন লম্পদ যুৱকে অপহৰণ কৰি ধৰ্ষণ কৰাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, নখুটি ৩নং খাগৰীজান আহমদ নগৰৰ এগৰাকী অষ্টম …

দুজনী শিক্ষকৰ বিদ্যালয়

ঢেকিয়াজুলি, ২৯ মেঃ ৰাজ্যৰ শিক্ষা খণ্ডৰ অমূল উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়তে শিক্ষাখণ্ডৰ জৰাৰ্জীণ ৰূপটো উদঙাই ধৰিছে ঢেকিয়াজুলিৰ এখন বিদ্যালয়ে৷ ঢেকিয়াজুলি প্ৰাথমিক শিক্ষা উন্নয়ন খণ্ডৰ বৰচলা সমষ্টিৰ অন্তৰ্গত পলাশ বস্তি প্ৰাথমিক বিদ্যালয়ত বৰ্তমান দুজনী শিক্ষয়িত্রীয়ে চলিছে পাঠদান। শিক্ষয়িত্রী দুগৰাকীৰ মাজত …

মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে তিতাবৰবাসীয়ে

তিতাবৰ, ২৯ মেঃ এক বৃদ্ধক আশ্ৰয় প্ৰদানেৰে মানৱতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে তিতাবৰবাসীয়ে৷ বিগত চাৰি বছৰ ধৰি তিতাবৰৰ বেছিক ৰেলগেটৰ সমীপৰ এটি জিৰনী চ’ৰাত এজন বৃদ্ধই আশ্ৰয় শিবিৰ হিচাবে বাছি লৈছিল৷ গৃহহীন বৃদ্ধজন সত্যনাৰায়ন গগৈ৷ তিতাবৰৰ স্থানীয় ৰাইজে জিৰণী …

উত্তৰ-পূব সাহিত্য আৰু সংস্কৃতি সন্মিলনৰ বৈঠক

গুৱাহাটী, ২৮ মেঃ উত্তৰ-পূব সাহিত্য আৰু সংস্কৃতি সন্মিলনৰ এখন বৈঠকখন ফাঁচী বজাৰৰ কুবেৰ হোটেলত অনুষ্ঠিত হয়৷ গ্ৰীষ্মকালীন কবি সন্মিলন শীৰ্ষক নামেৰে অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে সন্মিলনৰ স্থায়ী সভাপতি ৰাম কুমাৰ বৰুৱাই৷  দীৰ্ঘদিন ধৰি ৰাজ্যৰ সাহিত্য ক্ষেত্ৰত বিশেষ বৰঙনি যোগাই অহা …

কোকৰাঝাৰ জিলা উছু প্ৰতিযোগিতা সম্পন্ন

কোকৰাঝাৰ, ২৮ মেঃ কোকৰাঝাৰ জিলা উছু সন্থাৰ উদ্যোগত ১৩ তম জিলা উছু প্ৰতিযোগিতাখন কোকৰাঝাৰ বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ মুঠ ১০ টা ক্লাৱৰ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা উছু প্ৰতিযোগিতাখনৰ অন্তিম দিনা মুখ্য অতিথি ৰূপে …