পোন চুলিৰ কথাৰেঃ মধুমিতা শইকীয়া
উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ চুলি পোনেই হয়৷ ঢৌ খেলোৱা যাক wavy hair বুলি কোৱা হয়, যথেষ্ট দেখা যায়৷ অৱশ্যে কিছুমানৰ ফুটকুৰা বা কেকুঁৰা চুলি থাকে৷ কেকোঁৰা চুলি ভাল লাগে, যদিহে ভালদৰে যত্ন লোৱা হয় আৰু ডিজাইনত কটা হয়৷ সেয়া অৱশ্যে সকলোৰে …