কৰ্মৰ সন্ধানত গৈ বহিঃৰাজ্যৰ মানসিক চিকিৎসালয়ত এবছৰ কটোৱা এজন অসমীয়া যুৱক
কোকোৰাঝাৰ, ২৭ জুনঃ বহিঃৰাজ্যত কৰ্মৰ সন্ধানত গৈ নিৰ্যাতন-হাৰাশাস্তিৰ সন্মুখীন হোৱাটো চিৰপৰিচিত ঘটনা৷ কিন্তু এইবাৰ কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ কোকোৰাঝাৰৰ এজন যুৱকে প্ৰায় এবছৰ মানসিক চিকিৎসালয়ত থাকিবলগীয়া হয়৷ যুৱকজন কোকৰাঝাৰৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত দৈবিনিৰ নিৱাসী আখিলা কিস্কু। অতি দুখীয়া পৰিয়ালৰ …