পংকজ পাঠকৰ বাসগৃহত দুবৃৰ্ত্তৰ আক্ৰমণ

সোণাপুৰ, ১৯ মেঃ সততে বিতর্কত সাঙুৰ খাই থকা আয়ুর্বেদিক চিকিৎসাৰ স্বয়ম্ভূ আচার্য পংকজ পাঠকৰ বাসগৃহত দুবৃৰ্ত্তৰ আক্ৰমণ৷ পুৱতি নিশা প্ৰায় ৪ বজাত পংকজ পাঠকৰ সোণাপুৰস্থিত বাসগৃহত দুবৃৰ্ত্তই আক্ৰমণ কৰে৷ দুবৃৰ্ত্তৰ দলে স্বয়ম্ভূ আচার্য পংকজ পাঠকক অশ্লীন ভাষাৰে গালি-গালাজৰ লগতে বিভিন্ন …

কার্বি আংলং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ অগপৰ প্রার্থী তালিকা প্ৰকাশঃ বিজেপিত সংঘাত

গুৱাহাটী, ১৮ মেঃ জল্পনা-কল্পনাৰ অন্তত অহা ১২ জুনত অনুষ্ঠিত হ’বলগা কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৬ টা সমষ্টিৰ নির্বাচনৰ বাবে কালি শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছে প্রার্থী তালিকা ঘোষণা কৰাৰ পিছত আজি অসম গণ পৰিষদ দলে প্ৰাৰ্থী তালিকা ঘোষণা কৰে৷ …

ফেচবুকত ভাইৰেল দেহোপজীৱিনী আৰু ভিক্ষাৰীৰ প্ৰেম কাহিনী

অনলাইন ডেস্ক, ১৮ মেঃ প্ৰেমক লৈ বহু কাহিনী প্ৰচলিত আছে এইখন পৃথিৱীত। প্ৰেমৰ বাবে ডাঙৰ ডাঙৰ ত্যাগ কৰা, প্ৰেমৰ বাবে প্ৰাণ দিয়া এনে উদাহৰণ অসংখ্য আছে। কিন্তু এইবাৰ এক অন্য ধৰণৰ প্ৰেম কাহিনী ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। বাংলাদেশৰ এগৰাকী …

সপ্তাহটোৰ মডেল

মডেলঃ দীপিকা ৰয় ফেশ্বন জগতত সুকীয়া পৰিচয় দাঙি ধৰিবলৈ আগবাঢ়ি আহিছে দীপিকা ৰয়৷ ১৯৯০ চনৰ ২১ মে’ত বঙ্গাইগাঁৱৰ মাজপাৰাৰ দলাইগাঁৱত দীপিকা  জন্ম লাভ কৰিছিল৷ অৰ্থনীতি বিভাগত স্নাতক আৰু গণ সংযোগ ডিগ্ৰীধাৰী এই গৰাকী যুৱতীয়ে ফেশ্বন জগতত মডেল হিচাপে নিজকে প্ৰতিষ্ঠা …

নলবাৰীত সোপাধৰা

  নলবাৰী, ১৮ মেঃ নলবাৰীত পুনৰ সোপাধৰাৰ আতংক। জিলাখনৰ পাইকাৰকুছিত এগৰাকী স্কুলীয়া ছাত্ৰীক অপহৰণ কৰিবলৈ আহি ৰাইজৰ ৰোষৰ বলি হ’ল এজন যুৱক। ধৃত যুৱকজনৰ বৰপেটাৰ চফিকুল ইছলাম। বিদ্যালয় চুটিৰ পিছত চফিকুলে ৰাজকদমতল বালিকা বিদ্যাপীঠত সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ঘৰলৈ গৈ …

বিকল চিচিটিভিঃ সাৰি যাব নেকি টাউন ক্লাৱত আক্ৰমণ কৰা দুস্কৃতিকাৰী

গুৱাহাটী, ১৮ মেঃ পুনৰ মহানগৰীত উদণ্ড কটনিয়ানৰ উদ্ভণ্ডালি৷ নিশা হ’লেই যেন ৰাজত্ব চলে কটনৰ একাংশ হোষ্টেলৰ অবাসীৰ৷ বুধবাৰে নিশাৰ ভাগত গুৱাহাটী টাউন ক্লাব ভাঙি লণ্ড-ভণ্ড কৰিলে একাংশ কটনৰ ছাত্ৰই৷ ক্লাৱটোৰ চৌহদত থকা কেইবাখনো বাহন ক্ষতিগ্ৰস্ত কৰাৰ লগতে শিলৰ আক্ৰমণত ভাঙিল ক্লাবটোৰ …

এলিমিনেটৰ মেচত বৰষুণঃ কলকাতাৰ জয়

বাংগালুৰু, ১৮ মেঃ আই পি এলৰ দশম সংস্কৰণৰ এলিমিনেটৰ মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে কলকাতা নাইট ৰাইডাৰ্ছ। বাংগালুৰুৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এলিমিনেটৰত প্ৰথমে বেটিং কৰি ছানৰাইজাছে নির্ধাৰিত ২০ অ’ভাৰত সাত উইকেটৰ বিনিময়ত মাত্র ১২৮ ৰানহে সংগ্ৰহ কৰিবলৈ …

বৰকুৰিহাত আটক-৪

নলবাৰী, ১৮ মেঃ বৰকুৰিহাত দীৰ্ঘদিন ধৰি এই  ত্ৰাসৰ সৃষ্টি কৰা চাৰি চোৰক আটক কৰিবলৈ সক্ষম হয় স্থানীয় লোক৷ বৰকুৰিহা গাঁৱৰ বসন্ত ভূঁঞা, কন্দৰ্প কলিতা, দিপু কলিতা আৰু দিগন্ত কলিতা নামৰ এই চাৰি যুৱকে অঞ্চলটোত বিভিন্ন ধৰনৰ চুৰি কাৰ্য সংঘটিত কৰি …

স্বচ্ছতাত সপ্তম ৰঙিয়া

ৰঙিয়া, ১৮ মেঃ অসমৰ বাবে এক সু-খবৰ । স্বচ্ছতাৰ ক্ষেত্ৰত দেশৰ ভিতৰত সপ্তম স্থান লাভ কৰিছে ৰঙিয়া ৰেল ষ্টেচনে । ভাৰতৰ ৩৭৭ টা ষ্টেচনৰ ভিতৰত ৰঙিয়া ৰেল ষ্টেচনে সপ্তম স্থান অধিকাৰ কৰিছে । এই খবৰ বিয়পি পৰাৰ পিছতে ৰঙিয়া জিলাখনৰ লগতে …

কালামৰ নামত মহাকাশত অণুজীৱ

নতুন দিল্লী, ১৮ মেঃ ভাৰতৰ একাদশ ৰাষ্ট্রপতি তথা প্রখ্যাত এৰ’স্পেচ অভিযন্ত ড° এ পি জে আব্দুল কালামক বিশেষধৰণে সন্মান প্রদর্শন কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ই। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত পোৱা এটা বিশেষধৰণৰ অণুজীৱৰ নাম ড° কালামৰ নামেৰে ৰাখিছে ‘নাছা’ই। অণুজীৱটােৰ …