নলবাৰী জিলা সাংবাদিক সন্থাৰ অধিবেশন
নলবাৰী, ১১ জুনঃ গণতান্ত্ৰিক দেশৰ শাসকক নিৰ্বাচন কৰে জনসাধাৰণে৷ এই শাসকৰ সৈতে সংযোগ নিৰ্মাণ কৰে সংবাদ পত্ৰই৷ সংবাদ পত্ৰ নোহোৱা হ’লে উভয়ৰে সম্পৰ্ক হেৰাই যাব। এই মন্তব্য বিশিষ্ট সাহিত্যিক, সমালোচক ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ। নলবাৰী জিলা সাংবাদিক সন্থাৰ দশম দ্বি-বাৰ্ষিক …