নেচনেল হেৰল্ড গোচৰৰ তদন্ত আয়কৰ বিভাগক
নতুন দিল্লী, ১২ মেঃ নেচনেল হেৰল্ড গোচৰ সৰ্ন্দভত আয়কৰ বিভাগক তদন্তৰ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে৷ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী আৰু উপাধ্যক্ষ ৰাহুল গান্ধীৰ সৰ্বাধিক অংশীদাৰিত্ব থকা ইয়ং ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ প্ৰতিবেদন নাকচ কৰি দিল্লী উচ্চ ন্যায়ালয়ে সমগ্ৰ ঘটনাৰ তদন্তৰ …