বৰপেটাৰোড পৌৰসভাত ব্যাপক দুৰ্নীতি : প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত পৌৰ কৰ্মচাৰী
কেৱল পৌৰবোৰ্ডৰ প্ৰস্তাৱ লৈয়েই নীতি বৰ্হিভূতভাৱে দহগৰাকী লোকক নিযুক্তিসহ নিয়মীয়াকৈ দৰমহা প্ৰদান প্ৰতিবেদন ১ বৰপেটাৰোড, ১০ মেঃ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বাণিজ্যনগৰী বৰপেটাৰোড পৌৰসভাত অব্যাহত আছে এটাৰ পিছত এটাকৈ দুৰ্নীতি৷ বিগত কালছোৱাত বিজেপি নেতৃত্বাধীন বৰপেটাৰোড পৌৰসভাৰ সভাপতি দিলীপ সাহাই একাধিক …