প্ৰধানমন্ত্ৰী মোডীলৈ বাংলাদেশী দেহোপজীৱিনীৰ চিঠি
অনলাইন ফিচাছ, ৭ মেঃ এগৰাকী বাংলাদেশী মহিলা বিবাহ বিচ্ছেদৰ পিছত ভাৰতলৈ আহি পৰিল দেহ ব্যৱসায় চক্ৰৰ জালত৷ মুম্বাই, বাঙ্গালোৰো তথা ভাৰতৰ বিভিন্ন চহৰৰ ৰেড লাইট অঞ্চলৰ পৰা পালেগৈ পুনেৰ ৰেড লাইট অঞ্চলত৷ কিছুদিন পূৰ্বে পুনে আৰক্ষীয়ে এই মহিলা গৰাকীক পুনেৰ …