Guwahati journalists : নাগালেণ্ড গ্ৰীন মাৰ্ভেলৰ বাবে গ্ৰীন ফ্ৰেমছ চুটি ছবিৰ বঁটা জিনিলে গুৱাহাটীৰ দুই সাংবাদিকে
গুৱাহাটী, ৫ মাৰ্চ, ২০২৪ : গুৱাহাটীৰ সাংবাদিক বৰষা দাস আৰু সুৰজিৎ শৰ্মাই নাগালেণ্ডৰ অনন্য কৃষি পদ্ধতি উপস্থাপন কৰা তথ্যচিত্ৰ ‘মাউণ্টেন এগ্ৰিকালচাৰ মাৰ্ভেল’ৰ বাবে ‘গ্ৰীন ফ্ৰেমছ: (Green Frames) বাতাৱৰণ শ্বৰ্ট ফিল্ম কম্পিটিচন এণ্ড ফেষ্টিভেল ২০২৩’ত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে। মোংগাবে-ইণ্ডিয়াৰ …