Dalmia Bharat Foundation : ডালমিয়া ভাৰত ফাউণ্ডেচনৰ উদ্যোগত দীক্ষা প্ৰশিক্ষাৰ্থীসকলৰ বাবে এক সামৰণি অনুষ্ঠান
লংকা, ৮ ডিচেম্বৰ, ২০২৩ : ভাৰতৰ আগশাৰীৰ চিমেণ্ট কোম্পানী ডালমিয়া ভাৰত লিমিটেডৰ (ডিবিএল) কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) শাখা ডালমিয়া ভাৰত ফাউণ্ডেচনে(ডিবিএফ) শুকুৰবাৰে অসমৰ লংকাত ইয়াৰ দীক্ষা (ডালমিয়া ইনষ্টিটিউট অৱ নলেজ এণ্ড স্কিল হাৰ্নেচিং) প্ৰশিক্ষাৰ্থীসকলৰ বাবে এক সামৰণি অনুষ্ঠানৰ আয়োজন কৰে। …