New Book : ড০ শ্বাহিল ৰফিকৰ নতুন গ্ৰন্থ আপলিফ্ট ইয়ৰ লাইফ উন্মোচন
গুৱাহাটী, ১৬ আগষ্ট, ২০২৩ : বিশ্বজুৰি বিভিন্ন শীৰ্ষ সংস্থা, চৰকাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে কাম কৰি কৰ্মক্ষেত্ৰখত নিজৰ নাম উজ্বলোৱা অসমৰ এগৰাকী স্বতন্ত্ৰ পৰামৰ্শদাতাই ১৬ আগষ্টত গুৱাহাটীৰ এখন হোটেলত ‘আপলিফ্ট ইয়ৰ লাইফ’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে। গুৱাহাটীত অনুষ্ঠিত এক …