Student Murder : মহানগৰীত এজন ছাত্ৰক আহৰণ কৰি হত্যা
গুৱাহাটী, ১০ আগষ্ট, ২০২৩ : মহানগৰী গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা। মহানগৰীত এজন ছাত্ৰক আহৰণ কৰি হত্যা (Student Kidnapped And Murder)। মঙলবাৰে আহৰণ কৰা হৈছিল ছাত্ৰজনক। বুধবাৰে উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ। ভেটাপাৰাৰ মহৰ্ষি বিদ্যা মন্দিৰৰ নৱম শ্রেণীৰ ছাত্রজনৰ মুক্তিপণ হিচাপে ৭ লাখ …