Golden Langur : সোণালী বান্দৰৰ মৃতদেহ নিবলৈ চিমেণ্টৰ বস্তা লৈ আহিল বন বিভাগৰ লোক
বঙাইগাঁও, ২৭ মে’ : পুনৰ কৰুণ মৃত্যু দুষ্প্ৰাপ্য সোণালী বান্দৰৰ। দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যুত ক্ষোভিত হৈ ৰাইজে অৱৰোধ কৰিলে পথ। সোণালী বান্দৰৰ মৃতদেহ কঢ়িয়াই নিবলৈ চিমেণ্টৰ বস্তা লৈ আহিল বন বিভাগৰ লোক। দুষ্প্ৰাপ্য সোণালী বান্দৰৰ সংৰক্ষণৰ নামত কোটি কোটি টকা …