Assam Jatiya Parishad : মণিপুৰত কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী হস্তক্ষেপ আৰু ৰাজ্য চৰকাৰ ভংগৰ আহ্বান অসম জাতীয় পৰিষদৰ

গুৱাহাটী, ২১ জুলাই, ২০২৩ : অসমৰ আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে যোৱা ৪ মে’ত মণিপুৰত সংঘটিত (Manipur Violence) হোৱা জঘন্য ঘটনাৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণেৰে ৰাজ্যখনত শীঘ্ৰে আইন-শৃংখলা ব্যৱস্থা বাহাল আৰু কেন্দ্ৰ চৰকাৰৰ তৎকালীন হস্তক্ষেপৰ দাবী জনাইছে৷ এন বীৰেণ …

Drugs Seized : নগাঁও আৰক্ষীয়ে জব্দ কৰিলে ৫ কোটি টকা মূল্যৰ হে’ৰইন

নগাঁও, ২১ জুলাই , ২০২৩ : ৰাজ্যত পুনৰ জব্দ বুজন পৰিমাণৰ ড্ৰাগছ (War Against Drugs)। আৰক্ষীৰ অভিযানত জব্দ হয় বুজন পৰিমাণৰ ড্ৰাগছ। প্ৰায় ৫ কোটি টকা মূল্যৰ হে’ৰইনসহ আটক তিনি ড্ৰগাছ সৰবৰাহকাৰী। নগাঁও আৰক্ষীয়ে লাভ কৰিলে এই বৃহৎ সাফল্য। অসম …

Manipur Viral Video : মণিপুৰ কাণ্ডৰ মূল অভিযুক্তৰ ঘৰত অগ্নি সংযোগ

নিউজ ডেস্ক, ২১ জুলাই, ২০২৩ : মণিপুৰ কাণ্ডৰ মূল অভিযুক্তৰ (Main Culprit of Manipur Viral Video) ঘৰত অগ্নি সংযোগ। ক্ষোভিত গাঁৱৰ ৰাইজে অগ্নি সংযোগ কৰে মানৱ জাতিক লজ্জানত কৰা নিৰ্লজ্জ কাণ্ডৰ মূল অভিযুক্ত হুৰেম হেৰোডাছ মেইটেইৰ ঘৰত। মণিপুৰৰ হিংসাত্মক ঘটনাৰ …

Manipur Viral Video : মণিপুৰৰ ভাইৰেল ভিডিঅ’কলৈ মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, ২০ জুলাই, ২০২৩ : যুৱতীৰ সৈতে হোৱা বৰ্বৰতাৰ পুৰণি ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে হিংসাৰ জুইত জ্বলি থকা মণিপুৰত। মণিপুৰৰ ভাইৰেল ভিডিঅ’ক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ দুগৰাকী মহিলাৰ …

Manipur Violence : মণিপুৰৰ ভাইৰেল ভিডিঅ’কলৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, ২০ জুলাই, ২০২৩ : বিগত দুমাহতকৈ অধিক দিন ধৰি জ্বলি আছে মণিপুৰ। দুই সম্প্ৰদায়ৰ হিংসাই চূড়ান্ত ৰূপ ধৰণ কৰিছে মণিপুৰত। ভূলুণ্ঠিত হৈছে মানৱতা। শেহতীয়াকৈ মণিপুৰত এক জঘন্য আৰু মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে মণিপুৰত। মণিপুৰত দুগৰাকী …

Palashbari Youth Leader : পঞ্চায়ত নিৰ্বাচনে নিৰ্ধাৰণ কৰিব পলাশবাৰীৰ ছাত্ৰ নেতা জোন গোস্বামীৰ ভবিষ্যত

পলাশবাৰী, ১৯ জুলাই, ২০২৩ : সমাগত পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনকলৈ (Panchayat Election) তৎপৰ প্ৰতিটো ৰাজনৈতিক দল। কঁকালত টাঙনি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-কর্মী। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই পলাশবাৰী সমষ্টিৰ ৰাজনৈতিক দল সমূহৰ নেতা-কর্মী। এইবাৰ পঞ্চায়ত নিৰ্বাচনে নিৰ্ধাৰণ কৰিব …

Assam Flood : বাঢ়নী পানীৰ তলত ৰাজ্যৰ ২৭২ খন গাঁও

গুৱাহাটী, ১৯, জুলাই, ২০২৩ : পুনৰ ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে বানপানীয়ে। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও নেৰানেপেৰা বৰষুণ আৰু ভূটানৰ পানীয়ে পুনৰ জটিল কৰি তুলিছে বান পৰিস্থিতি। ভূটানৰ পানীয়ে তাণ্ডৱলীলা চলাইছে নামনি অসমৰ কেইবাখনো জিলাত। চিৰাং আৰু …

Uttarakhand Incident : উত্তৰাখণ্ডৰ চামোলীত ভয়ংকৰ দুৰ্ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ ১৫ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ১৯ জুলাই, ২০২৩ : উত্তৰাখণ্ডৰ চামোলীত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। বিদ্যুৎস্পৃষ্ট হৈ ১৫ জন লোকৰ মৃত্যু (Fifteen Killed in Uttarakhand) হোৱাৰ বিপৰীতে আহত হৈছে বহুকেইজন লোক। চামোলী জিলাত অলাকনন্দ নদীৰ পাৰত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত ১৫ জন লোকৰ মৃত্যু …

Assam Accord : অসম চুক্তিক পুনৰ অৱমাননা কৰি ৮৫৫ জন ছহিদক প্ৰতাৰণা বিজেপি চৰকাৰৰ : আম আদমি পাৰ্টী

গুৱাহাটী, ১৯ জুলাই, ২০২৩ : এক আৰ টি আই তথ্যত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ বুলি দায় সৰা মন্তব্য দিয়া কাৰ্যত আম আদমি পাৰ্টীয়ে (Aam Admi Party) আচাৰ্য প্ৰকাশ কৰিছে। অসমৰ খিলঞ্জীয়াৰ …

Assam Flood : বাঢ়নী পানীৰ তলত ৰাজ্যৰ ৩৯২ খন গাঁও

গুৱাহাটী, ১৮, জুলাই, ২০২৩ : পুনৰ ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে বানপানীয়ে। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও নেৰানেপেৰা বৰষুণ আৰু ভূটানৰ পানীয়ে পুনৰ জটিল কৰি তুলিছে বান পৰিস্থিতি। ভূটানৰ পানীয়ে তাণ্ডৱলীলা চলাইছে নামনি অসমৰ কেইবাখনো জিলাত। চিৰাং আৰু …