Drugs : ড্ৰাগছ খাবলৈ নাপাই নিজকে শেষ কৰিলে এজন যুৱকে

মৰিগাঁও, ১১ জুন, ২০২৩ : এক ভয়ংকৰ ঘটনা। ড্ৰাগছৰ বাবেই প্ৰাণ গ’ল এজন যুৱকৰ (Youth killed himself for drugs)। ড্ৰাগছ খাবলৈ নাপাই আত্মহননৰ পথ বাছি ল’লে এজন যুৱকে। দীর্ঘদিন ধৰি ড্ৰাগছ সেৱন কৰি আছিল যুৱকজন। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ …

Darjeeling Himalayan Railway : দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ ৰেকৰ্ড সংখ্যক উপাৰ্জন পঞ্জীয়ন 

গুৱাহাটী, ১১ জুন, ২০২৩ : দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ দ্বাৰা বিগত মাহত ৰেকৰ্ড সংখ্যক উপাৰ্জন পঞ্জীয়ন। পৰ্যটকৰ সমাগম বৃদ্ধি কৰিবলৈ আকৰ্ষণীয় সুবিধা প্ৰদান (Increase Tourist)। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ইউনেস্কো ঐতিহ্য ক্ষেত্ৰ দাৰ্জিলিং হিমালয়ান ৰে’লৱেই (ডিএইচআৰ) চলিত বিত্তীয় বৰ্ষৰ মে’ মাহত …

Flood Free Guwahati : মিশ্যন বানমুক্ত গুৱাহাটী সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী, ১০ জুন, ২০২৩ : জনতা ভৱনত ‘মিশ্যন বানমুক্ত গুৱাহাটী’ (Mission Flood Free Guwahati) সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক। মহানগৰীৰ বিভিন্ন অঞ্চলত চলি থকা কাম-কাজৰ পুনৰীক্ষণৰ বাবে বিভিন্ন বিভাগৰ বিষয়াসকলৰ যুটীয়া পৰ্যবেক্ষণৰ নিৰ্দেশ। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা …

One Labour Died : গাঁত খান্দি থকা অৱস্থাত মৃত্যু এজন শ্ৰমিকৰ, আহত দুজন শ্ৰমিক

গুৱাহাটী, ১০ জুন, ২০২৩ : পুনৰ এক শোকাবহ ঘটনা সংঘটিত হৈছে মহানগৰীত। গাঁত খান্দি থকা অৱস্থাত মৃত্যু হয় এজন শ্ৰমিকৰ। গাঁত খান্দি থাকোতে মাটি খহি নিহত হয় শ্ৰমিকজন (One Death, Two Injured)। ঘটনাত আহত হয় দুজন শ্ৰমিক। আহত শ্ৰমিক দুজনক …

Lat Mandal Arrested : হাত দাঙিলে ৰহা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল দিলীপ ৰায়

ৰহা, ৯ জুন, ২০২৩ : শুকুৰবাৰে (৯ জুন) ৱিকেট পৰিল পুনৰ এজন লাট মণ্ডলৰ। হাত দাঙিলে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল। দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰিলে ৰহা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল দিলীপ ৰায়ক (Lat Mandal Dilip Roy …

A K Construction : এ কে কনষ্ট্ৰাকচনৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ, দুর্ঘটনাৰ পিছতহে কঠোৰ হয় প্ৰশাসন

গুৱাহাটী, ৯ জুন, ২০২৩ : এ কে কনষ্ট্ৰাকচনৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ (Owner of A K Construction arrested)। দিশপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এ কে কনষ্ট্ৰাকচনৰ স্বত্বাধিকাৰীক। এ কে কনষ্ট্ৰাকচনৰ মেনেজাৰজনকো গ্ৰেপ্তাৰ কৰিছে দিশপুৰ আৰক্ষীয়ে। কোনো ধৰণৰ অনুমতি নোলোৱাকৈ পথৰ কাষত গাঁত খান্দি …

Ganeshguri Road Accident : স্কুল বাছৰ খুন্দাত নহয়, জাইকাৰ গাঁতৰ বাবে প্ৰাণ গ’ল প্ৰিয়া কুমাৰীৰ

গুৱাহাটী, ৮ জুন, ২০২৩ : জাইকাই (Jaica) মহানগৰীৰ যধে মধে পাতিছে মৰণফান্দ। জাইকাৰ বাবে প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰীয়ে। স্কুল বাছৰ খুন্দাত নহয়, জাইকাৰ গাঁতৰ বাবে প্ৰাণ গ’ল প্ৰিয়া কুমাৰী নামৰ ছাত্ৰী গৰাকীৰ। পানীৰ পাইপৰ নামত মহানগৰীৰ পথে পথে গাঁত খান্দি …

Ganeshguri Road Accident : গণেশগুৰিত স্কুল বাছৰ খুন্দাত থিতাতে নিহত ছাত্ৰী

গুৱাহাটী, ৮ জুন, ২০২৩ : পুৱাই মহানগৰীত এক শোকাবহ পথ দুর্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰী (Student killed in a road accident)। গণেশগুৰিত স্কুল বাছৰ খুন্দাত থিতাতে নিহত ছাত্ৰী। জ্যেষ্ঠ ভগ্নীৰ সৈতে স্কুটীৰে বিদ্যালয়লৈ গৈ আছিল ছাত্ৰী গৰাকী। দুৰ্ঘটনাৰ পিছতে গণেশগুৰিত …

Assam Jatiya Parishad : বিজেপিৰ ভোটবেংক সুৰক্ষিত কৰিবলৈহে চলিছে সমষ্টি পুনৰগঠন প্ৰক্ৰিয়া : অসম জাতীয় পৰিষদ

গুৱাহাটী, ৭ জুন, ২০২৩ : বিজেপিৰ ভোটবেংক সুৰক্ষিত কৰিবলৈহে চলিছে সমষ্টি পুনৰগঠন প্ৰক্ৰিয়া (Delimitation)। এক সংবাদ মেলত অসম জাতীয় পৰিষদৰ এই গুৰুত্বৰ অভিযোগ। এগৰাকী বেপাৰী মন্ত্ৰীৰ হাতত অসমৰ খিলঞ্জীয়াৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ধাৰণৰ দায়িত্ব দিছে মুখ্যমন্ত্ৰীয়ে বুলিও অভিযোগ কৰে দলটোৱে। বিজেপি …

World Environment Day : বিশ্ব পৰিৱেশ দিৱসত  ইয়ং ইণ্ডিয়ান গুৱাহাটী অধ্যায় আৰু ছেবাৰ সহযোগত তৃতীয় অল আছাম ইয়ং এচিভাৰ কুইজ আয়োজন 

গুৱাহাটী, ৬ জুন, ২০২৩ : বিশ্ব পৰিৱেশ দিৱস উপলক্ষে  ভাৰতীয় উদ্যোগ পৰিষদৰ যুৱ শাখা ইয়ং ইণ্ডিয়ান (Young Indian) গুৱাহাটী অধ্যায়, অসমে গুৱাহাটীত তৃতীয় অল আছাম ইয়ং এচিভাৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এই বছৰৰ প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল ‘আপোনাৰ আইকিউ কিমান সেউজীয়া …