Water Pipe Blast : গেমন জাইকাৰ পানীৰ পাইপত বিস্ফোৰণ : নিহত এগৰাকী মহিলা

গুৱাহাটী, ২৫ মে’ : গুৱাহাটীৰ খাৰঘূলি অঞ্চলত ভয়ংকৰ ঘটনা। পানীৰ প্ৰচণ্ড ঢৌত উটি গ’ল ৪০ টাকৈ ঘৰ, উটি গ’ল বাহন। এগৰাকী মহিলাৰ মৃত্যু (Pipeline Blast)। আহত কেইবাগৰকী লোক। সৃষ্টি হয় বানপানী সদৃশ পৰিৱেশৰ। শতাধিক লোকৰ বিস্তৰ ক্ষতি সাধন। বৃহস্পতিবাৰে (২৫ …

NF Railway : খণ্ডীয় ক্ষমতা অধিক বৃদ্ধিৰ অৰ্থে পাঠশালা আৰু নলবাৰী ষ্টেশ্যনৰ মাজত দ্বৈত ৰেলপথৰ কমিছনিং

গুৱাহাটী, ২৫ মে’ : উত্তৰ পূব চাৰ্কোলৰ ৰে’লৱে সুৰক্ষা আয়ুক্ত (চিআৰএছ) শুভময় মিত্ৰই বুধবাৰে (২৪ মে’) তাৰিখে পাঠশালা আৰু নলবাৰী ষ্টেশ্যনৰ (Pathsala-Nalbari Railway Line) মাজত নতুনকৈ স্থাপন কৰা দ্বৈত ৰে’লপথৰ বিধিসন্মত পৰিদৰ্শন সম্পূৰ্ণ কৰে। নতুনকৈ স্থাপন কৰা এই দ্বিতীয় ৰে’ল …

Police Officer Suspended : জোনমণি কাণ্ডত নাম সাঙোৰ খোৱা আৰক্ষী বিষয়াক নিলম্বন

গুৱাহাটী, ২৪ মে’ : পোহৰলৈ আহিছে জোনমণিকাণ্ডৰ ন ন তথ্য। জোনমণিকাণ্ডত নাম সাঙোৰ খোৱা আৰক্ষী বিষয়াক নিলম্বন। নগাঁও সদৰ থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী মনোজ ৰাজবংশীক (Manoj Rajbanshi) নিলম্বন কৰা হৈছে। চি আই ডিয়ে জেৰা চলাইছিল আৰক্ষী বিষয়া মনোজ ৰাজবংশীক। কিছুদিন …

Assam Jatiya Parishad : নিযুক্তি পত্ৰ বিতৰণৰ লগে লগেই প্ৰকাশ কৰক অ’ভাৰলেলিংৰ ৱেটিং লিষ্ট : অসম জাতীয় পৰিষদ

গুৱাহাটী, ২৪ মে’: বৃহস্পতিবাৰে (২৫ মে’) অসম চৰকাৰে নৱনিযুক্ত চাকৰিয়ালসকলক নিযুক্তিপত্ৰ প্ৰদান কৰাৰ লগে লগেই অ’ভাৰলেপিং (Overlapping) হোৱা পদসমূহৰ বাবে ‘ৱেইটিং লিষ্ট’ প্ৰকাশ কৰিবলৈ দাবী জনাইছে অসম জাতীয় পৰিষদে৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই …

Fake Gold : এইবাৰ গুৱাহাটীৰত নকল সোণ বিক্ৰী কৰিবলৈ আহি জালত পৰিল দুজন

গুৱাহাটী, ২৩ মে’ : এইবাৰ গুৱাহাটীৰত নকল সোণ বিক্ৰী কৰিবলৈ আহি জালত পৰিল দুজন যুৱক (Two Arrested With Fake Gold)। জালত পৰা যুৱক দুজন লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ। যুৱক দুজনৰ পৰা নকল সোণ ক্ৰয় কৰিবলৈ উত্তৰ প্ৰদেশৰ পৰা আহিছিল ক্রেতাজন। তিনি …

NF Railway : নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰীৰ লক্ষ্য এতিয়া ৰে’ল

গুৱাহাটী, ২২ মে’ : নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰীৰ লক্ষ্য এতিয়া ৰে’ল। ড্ৰাগছৰ লগতে বিভিন্ন নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ বাবে সৰবৰাহকাৰী (Drugs Paddler) সকলে ব্যৱহাৰ কৰিবলৈ ধৰিছে ৰে’ল। যোৱা দুদিনত ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৰে’লযোগে সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম …

Kahilipara Jatiya Vidyalaya : কাহিলিপাৰা জাতীয় বিদ্যালয়ৰ গৌৰৱ উপকুল পৰাশৰ

গুৱাহাটী, ২২ মে’ : আজি ঘোষণা কৰা হ’ল হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC Exam Result)। এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত কাহিলিপাৰা জাতীয় বিদ্যালয়ৰ গৌৰৱ হৈ উজলিল উপকুল পৰাশৰ নামৰ ছাত্ৰজন। উপকুল পৰাশৰে লাভ কৰিবলৈ সক্ষম হৈছে পঞ্চম স্থান। ভৱিষ্যতে …

Assam Jatiya Parishad : দিছপুৰৰ পৰাই নিয়ন্ত্ৰণ হয় অবৈধ ছিণ্ডিকেট : অসম জাতীয় পৰিষদ

গুৱাহাটী, ২১ মে’ : ৰাজনৈতিক চাতুৰ্য্যৰে ভাষা-সংস্কৃতিৰ অপকাৰ কৰা তথা ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰি অবৈধ কাৰ্যকলাপৰ প্ৰতি ৰাজ্য চৰকাৰে মৌন সমৰ্থন আগবঢ়ায় বুলি অভিযোগ উত্থাপন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এইবাৰ ৰাজ্যপালৰ ওচৰ পালেগৈ অসম জাতীয় পৰিষদ৷ জাতীয়তাবাদী আঞ্চলিক দলটোৱে …

Reserve Closed : হয়বৰগাঁৱৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাক ৰিজাৰ্ভ ক্ল’জ

নগাঁও, ২০ মে’ : নগাঁৱৰ আৰু এজন আৰক্ষী বিষয়া ৰিজাৰ্ভ ক্ল’জ। নগাঁৱৰ হয়বৰগাঁৱৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাক ৰিজাৰ্ভ ক্ল’জ। চি আই ডিয়ে জেৰা চলাইছিল আভাজ্যোতি ৰাভাক। আৰক্ষী বিষয়া জোনমণি ৰাভাৰ (Joonmani Rabha Death) ৰহস্যজনক মৃত্যুৰ লগত নাম সাঙোৰ …

Fake Gold and Currency : নকল সোণ আৰু জাল নোট চক্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

গুৱাহাটী, ২০ মে’ : নকল সোণ আৰু জাল নোট চক্ৰৰ বিৰুদ্ধে অধিক তৎপৰ হৈছে অসম আৰক্ষী। নকল সোণ আৰু জাল নোট চক্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান (Assam Police Drive Against Fake Gold and Currency)। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে …