NF Railway : ৬৯ তম সৰ্বভাৰতীয় আন্তঃৰে’লৱে টেবুল টেনিছ চেম্পিয়নশ্বিপৰ সামৰণি
গুৱাহাটী, ১২ আগষ্ট, ২০২৩ : ৬৯ তম সৰ্বভাৰতীয় আন্তঃৰে’লৱে পুৰুষ আৰু মহিলা টেবুল টেনিছ চেম্পিয়নশ্বিপৰ (Table Tennis Championship) সফল সামৰণি। মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ দ্বাৰা বিজয়ীসকলক পুৰস্কাৰ প্ৰদান। যোৱা ০৭ আগষ্টৰ পৰা আৰম্ভ হোৱা উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাৰ দ্বাৰা …