Ayurveda : পূব আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তসকলে ভ্ৰমণ কৰিলে সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান
নতুন দিল্লী, ২৭ ছেপ্টেম্বৰ, ২০২৩ : পৰম্পৰাগত ঔষধৰ (Traditional Medicine) প্ৰসাৰৰ দিশত ভাৰতৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাই বিভিন্ন দেশৰ লগতে আফ্ৰিকাৰ দেশকো আকৰ্ষিত কৰিছে। পূব আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তসকলে সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান ভ্ৰমণ কৰে। মুখ্য স্বাস্থ্য সেৱাত পৰম্পৰাগত ঔষধৰ সংযোজনে …