Road Accident : ভয়ংকৰ পথ দুর্ঘটনাত দুজন নিহত, আহত কেইবাজনো
চিলাপথাৰ, ১৫ আগষ্ট, ২০২৩ : এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত নিহত হৈছে দুজনকৈ লোক ( Two Killed In Road Accident)। আহত হৈছে কেইবাজনো লোক। এখন এল্টো বাহন আৰু স্কুটিৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হৈছে দুজন …