Assam Jatiya Parishad : ৰামদেৱক মাটি দি মাৰাত্মক দ্ৰব্যৰ খেতি কৰোৱাইছে চৰকাৰ : জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া
গুৱাহাটী, ৮ আগষ্ট, ২০২৩ : বাবা ৰামদেৱৰ পতঞ্জলি গ্ৰুপে অসমৰ শদীয়াত পাম তেলৰ খেতি (Pam Oil) আৰম্ভ কৰাটো অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰৰ প্ৰতি এক ভাৱুকি বুলি মত প্ৰকাশ কৰি উক্ত বিষাক্ত খেতি বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে অসম জাতীয় …