KLO member shot dead in Kokrajhar : কোকৰাঝাৰত আৰক্ষীৰ গুলীত নিহত কে এল অ’ৰ দুজন সদস্য

কোকৰাঝাৰ : আৰক্ষী আৰু কে এল অ’ৰ (KLO) সদস্যৰ মাজত সংঘৰ্ষ (Encounter between police and KLO)। কোকৰাঝাৰত আৰক্ষীৰ গুলীত নিহত কে এল অ’ৰ দুজন সদস্য। এজন সদস্য অহাত। চাৰিজনক আটক। পিষ্টলসহ উদ্ধাৰ বহু বিস্ফোৰক সামগ্ৰী। পুৱাৰ ভাগত আৰক্ষীয়ে এক অভিযান …

Road Accident : ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত পিতৃ আৰু নৱ বিবাহিতা কন্যা

ৰঙিয়া : ভয়ংকৰ পথ দুর্ঘটনাত (Road Accident) থিতাতে নিহত পিতৃ আৰু নৱ বিবাহিতা কন্যা। শিশুসহ আহত চাৰিজনকৈ লোক। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল চাৰিচকীয়া বাহন। আহত দুজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ। দুজনৰ আঘাত সামান্য। দেওবাৰে এক ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে …

Amritpal Singh : অৱশেষত গ্ৰেপ্তাৰ হ’ল খালিস্তান সমৰ্থক অমৃতপাল সিঙ

নিউজ ডেস্ক : অৱশেষত গ্ৰেপ্তাৰ হ’ল খালিস্তান সমৰ্থক অমৃতপাল সিঙ (Amritpal Singh)। ৩৬ দিনৰ অন্তত পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অমৃতপল সিঙক। খালিস্তান সমৰ্থকজনক মোগাৰ গুৰদ্বাৰাৰ পৰা জিম্মাত লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অজনলা কাণ্ডৰ পিছত পলাতক হৈ আছিল অমৃতপাল সিঙ। পলাতক …

Ankita Dutta : অৱশেষত কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হ’ল অংকিতা দত্তক

গুৱাহাটী : অৱশেষত কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হ’ল অংকিতা দত্তক (Ankita Dutta)। ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি’ৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল অংকিতা দত্তই। অংকিতা দত্তই ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পিছতে অংকিতা …

Eid-Ul-Fitar : এমাহ ৰোজা পালনৰ অন্তত উদযাপন কৰা হ’ল ঈদ-উল-ফিটৰ

গুৱাহাটী : এমাহ ৰোজা পালনৰ অন্তত শনিবাৰে (২২ এপ্ৰিল) ইছলাম ধৰ্মাৱলম্বী লোক সকলে শান্তি-সম্প্ৰতিৰ মহান বাণীৰে সমগ্ৰ দেশৰ লগতে অসমটো পবিত্র ঈদ-উল-ফিটৰ (Eid-Ul-Fitar) পালন কৰে। ঐতিহ্যমণ্ডিত তথা পৰম্পৰাগত সম্প্ৰীতিৰ এনাজৰি অটুত ৰখাৰ আহ্বান জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ঈদগাহ পথাৰ …

Ankita Dutta : এতিয়ালৈকে কংগ্ৰেছৰ পৰা নিলম্বন কৰা হোৱা নাই অংকিতা দত্তক

গুৱাহাটী : এতিয়ালৈকে কংগ্ৰেছৰ পৰা নিলম্বন কৰা হোৱা নাই অংকিতা দত্তক (Ankita Dutta)। কংগ্ৰেছৰ পৰা অংকিতা দত্তক নিলম্বন কৰা বাতৰিকলৈ স্পষ্টীকৰণ দিলে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই। ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি’ৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ …

Fashion : উষা চিলাইয়ে ইষ্ট ইণ্ডিয়া ফেশ্যন উইকৰ সৈতে সহযোগিতা কৰিছে

গুৱাহাটী : উষা চিলাইয়ে ইষ্ট ইণ্ডিয়া ফেশ্যন উইকৰ (Fashion) সৈতে সহযোগিতা কৰিছে। চিলাই স্কুলৰ মহিলাসকলে নিৰ্মাণ কৰা সাজপাৰসমূহ প্ৰদৰ্শন কৰা হ’ব। অসমৰ পৰা ডিজাইনাৰ নন্দিনী বৰুৱা আৰু মেঘনা ৰায় মেধি, ছিক্কিমৰ পৰা চেৰিং ডলমা, মিজোৰামৰ এস্কেপ এংমোইয়া আৰু মণিপুৰৰ আৰ্বিন …

Cleaning Drive : পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এনচিচিৰ কেডাৰসকলৰ বিশেষ পদক্ষেপ

গুৱাহাটী : পৰিষ্কাৰ পৰিচ্ছন্নতাৰ (Cleaning Drive) ওপৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এন চি চি’ৰ কেডাৰসকলৰ বিশেষ পদক্ষেপ। এন চি চি’ৰ গুৱাহাটী গোটে মহানগৰী গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত লাচিত ঘাটত পৰিষ্কাৰ পৰিচ্ছন্নতাকলৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এক অভিযান চলায়।আভ্যন্তৰীণ জল পৰিবহণ …

Jammu and Kashmir : জম্মু-কাশ্মীৰ পুঞ্চত সেনাবাহিনীৰ বাহনত ভয়ংকৰ অগ্নিকাণ্ড, চাৰিজন জোৱানৰ মৃত্যু

নিউজ ডেস্ক : জম্মু-কাশ্মীৰ (Jammu and Kashmir) পুঞ্চত সেনাবাহিনীৰ বাহনত ভয়ংকৰ অগ্নিকাণ্ড, চাৰিজন জোৱানৰ মৃত্যু। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে আহত জোৱান সকলৰ সহায় বাবে আগুৱাই আহে। সেনাবাহিনীৰ গাড়ীখনত অগ্নিকাণ্ড ইমানেই ভয়াৱহ হৈ পৰিছিল যে বহু দূৰৰ পৰা …

Rahul Gandhi : সকাহ নাপালে ৰাহুল গান্ধী, শাস্তি বাতিল আবেদন নাকচ কৰিলে আদালতে

নিউজ ডেস্ক : মোদী উপাধিৰ গোচৰত গুজৰাটৰ আদালতৰ পৰা সকাহ নাপালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi)। ৰাহুল গান্ধীৰ দুবছৰৰ কাৰাদণ্ড বাতিল কৰাৰ আবেদন নাকচ কৰিছে গুজৰাটৰ ছেছন আদালতে। ৰাহুল গান্ধীৰ দুবছৰৰ কাৰাদণ্ডনৰ শাস্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছে আদালতে। মানহানিৰ …