Population : এতিয়া চীন নহয়, জনসংখ্যাৰ ক্ষেত্ৰত ভাৰত প্ৰথম স্থানত
নিউজ ডেস্ক : এতিয়া চীন নহয়, জনসংখ্যাৰ (Population) ক্ষেত্ৰত ভাৰত প্ৰথম স্থানত। জনসংখ্যাৰ ক্ষেত্ৰত চীনক অতিক্ৰম কৰি ভাৰতে প্ৰথম স্থান দখল কৰিছে। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা প্ৰতিবেদন প্ৰকাশ পাইছে এই তথ্য। ভাৰতৰ তুলনাত চীনৰ জনসংখ্যা অধিক বৃদ্ধ বুলিও প্ৰকাশ পাইছে প্ৰতিবেদনত। জনসংখ্যাৰ …