Village Headman Caught With Drugs : চাৰি লক্ষাধিক টকা মূল্যৰ আফিংসহ গ্ৰেপ্তাৰ চৰকাৰী গাঁওবুঢ়া
ৰঙিয়া : অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (War Against Drugs)। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী পৰিছে জালত। জব্দ হৈছে কোটি কোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। এইবাৰ চাৰি লক্ষাধিক টকা মূল্যৰ আফিংসহ গ্ৰেপ্তাৰ …