Midday Meal : জোনাইৰ গেলা চাউলৰ পিছত গৰৈমাৰীত প্লাষ্টিকৰ চাউল

গৰৈমাৰী : মধ্যাহ্ন ভোজনৰ (Midday Meal) নামত কি খাইছে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে? ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ সমূহত মধ্যাহ্ন ভোজনৰ নামত কণ কণ ছাত্ৰ-ছাত্ৰীয়ে খাইছে বৰবিহ। কোনোবা এখন বিদ্যালয়ত যদি গেলা চাউল, কোনোবা এখনত আকৌ প্লাষ্টিকৰ চাউল। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সমষ্টি ধেমাজি …

বৃহৎ পৰিমাণৰ ড্ৰাগছসহ পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী জালত

আজিজ আলী মুকালমুৱা : ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। পুনৰ অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিলে এক সাফল্য। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী জালত পৰিল আৰক্ষীৰ। অসম আৰক্ষীয়ে ড্ৰাগছ মুক্ত অসমৰ লক্ষ্য আগত …

Barbeque Nation : গুৱাহাটীত বাৰ্বিকিউ নেশ্যনৰ দ্বিতীয়খন ৰেষ্টুৰেণ্ট মুকলি

গুৱাহাটী : শনিবাৰে বাৰ্বিকিউ নেশ্যনে (Barbeque Nation) গুৱাহাটীত দ্বিতীয়খন ৰেষ্টুৰেণ্ট মুকলি কৰে। চহৰৰ খাদ্য প্ৰেমী সকলক সেৱা আগবঢ়াবলৈ প্ৰস্তুত, ডাউন টাউনৰ (Down Town) ওচৰৰ উদেষ্ণা বিল্ডিঙত অৱস্থিত ৪৪৭০ বৰ্গফুটৰ প্ৰশস্ত আউটলেটটোত ১১৬ গৰাকী লোকৰ বাবে বহাৰ সু-ব্যৱস্থা আছে। ব্যৱসায়িক বৈঠক …

শুকুৰবাৰে লোকে লোকাৰণ্য হৈ পৰে কলহী নৈৰ দুয়োপাৰ

গৰৈমাৰী : কলহী নৈৰ দুয়োপাৰে হাজাৰ হাজাৰ মানুহৰ ভিৰ। শুকুৰবাৰে লোকে লোকাৰণ্য হৈ পৰে কলহী নৈৰ দুয়োপাৰ। এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয় কলহী নৈৰ দুয়োপাৰে। শনিবাৰে অধিক লোকৰ সমাগম ঘটনাৰ সম্ভাৱনা কলহী নৈৰ পাৰত। শুকুৰবাৰে বিয়লি ভাগত বকো সমষ্টিৰ …

পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল চৰকাৰী কৰ্মচাৰী

ধুবুৰী : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল চৰকাৰী কৰ্মচাৰী। পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এজন চৰকাৰী কৰ্মচাৰী। দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ …

মটৰ চাইকেল আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত নিহত এজন

নুৰ উদ্দিন বিলাসীপাৰা : পুৱাৰ ভাগতে ভয়ংকৰ পথ দুর্ঘটনা। এখন মটৰ চাইকেল আৰু ট্ৰাকৰ মাজত সংঘর্ষ। মটৰ চাইকেল আৰু তীব্ৰ বেগী ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এজন থিততে নিহত হোৱাৰ লগতে এজন আহত। বৃহস্পতিবাৰে পুৱা ৬ মান বজাত ধুবুৰী জিলাৰ বিলাসীপাৰাত এক …

TGP Expo বিনোদ অটোমোবাইলছৰ উদ্যোগত গুৱাহাটীত টি জি পি এক্সপ’

গুৱাহাটী : দেশৰ আগশাৰীৰ অটোমোবাইল কোম্পানী টাটা মটছ লিমিটেডে (Tata Motors Limited) সমগ্র দেশতে আযোজন কৰিছে টাটা জেনুইন পাৰ্টছ চমুকৈ টি জি পি এক্সপ’। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ বিশ্বৰত্ন হোটেলত যোৱা ২২ আৰু ২৩ আগষ্টত মেচার্চ বিনোদ আটোমোবাইলছে লঘু …

Elephant Tusk Seized কেইবা লক্ষাধিক টকা মূল্যৰ হাতী দাঁতসহ আটক দুজন

জোনাই : অসম আৰক্ষীৰ (Assam Police) বৃহৎ সাফল্য। অসম আৰক্ষীয়ে বন বিভাগৰ লগত এক যুটীয়া অভিযান চলাই কেইবা লক্ষাধিক টকা মূল্যৰ হাতী দাঁতসহ (Elephant Tusk) আটক কৰিলে দুজনক। হাতী দাঁতসহ জালত পৰা লোক দুজন চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ। অধিক তথ্যৰ …

Police tourchar থানাৰ ভিতৰত যুৱকৰ ওপৰত চলিল আৰক্ষীৰ নিৰ্মম অত্যাচাৰ

বকো : পুনৰ অসম আৰক্ষীৰ (Assam Police) খাকী পোছাকত দাগ। এইবাৰ এগৰাকী মহিলা আৰক্ষী বিষয়াৰ বিৰুদ্ধে আৰক্ষীৰ খাকী পোছাকত দাগ লগোৱাৰ অভিযোগ। থানাৰ ভিতৰত এজন নিৰীহ যুৱকক এগৰাকী মহিলা আৰক্ষী বিষয়াই নিৰ্মমভাৱে অত্যাচাৰ চলোৱাৰ অভিযোগ। কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ …

Snak Bite Treatment সৰ্প দংশৰ চিকিৎসা আৰু সমাজত প্ৰচলিত অন্ধবিশ্বাস

গুৱাহাটী : স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত অসম প্ৰতিদিনে উন্নয়নৰ দিশে আগুৱাই গৈ আছে। অসমৰ চৰকাৰী চিকিৎসালয় (Government Hospital) সমূহে হওক বা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় (Private Hospital) সমূহে হওক, স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বহু উন্নয়নমূলক আঁচনি হাতত লোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ চিকিৎসা পদ্ধতি …