Helicopter Crash : অৰুণাচল প্ৰদেশত দুৰ্ঘটনাগস্ত ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ
Sibani Saikia নিউজ ডেস্ক : অৰুণাচল প্ৰদেশত দুৰ্ঘটনাগস্ত ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ (Helicopter Crash)। অৰুণাচল প্ৰদেশৰ মান্দালয়ৰ ওচৰত ভাৰতীয় বায়ু সেনাৰ এখন চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগস্ত হয়। হেলিকপ্টাৰখনে অৰুণাচল প্ৰদেশৰ বমডিমালৰ ওচৰত প্ৰদৰ্শন কৰি আছিল। ৰাতিপুৱা ৯ বাজি ১৫ মিনিটত এয়াৰ …