ডিটেনশ্যন কেম্পত ১৯৫১ চনৰ এন আৰ চিত ককাৰ নাম থকা মেছেৰ আলী
মানকাচৰ : যোৰহাটৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা মেছেৰ আলীৰ কাকৰ নাম আছে ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত। ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ককাৰ নাম থকাৰ পিছতো দুবাৰকৈ ডিটেনশ্যন কেম্পত নিক্ষেপ মানকাচৰৰ মেছেৰ আলীক। দিন হাজিৰা কৰিবলৈ শিৱসাগলৈ যোৱাৰ পিছতে …