সমবায় সমিতিৰ চৰকাৰী চাউল বিতৰণত দুৰ্নীতিৰ অভিযোগ
দক্ষিণ শালমাৰা : সমবায় সমিতিৰ চৰকাৰী চাউল বিতৰণত দুৰ্নীতিৰ অভিযোগ। দক্ষিণ শালমাৰা সমবায় সমিতিৰ চৰকাৰী চাউল বিতৰণত ভয়াবহ দুৰ্নীতিৰ অভিযোগ। ছাত্ৰ-ছাত্ৰীৰ নামত অহা বিদ্যালয়-অঙ্গনাবাদী কেন্দ্ৰৰ দুপৰীয়াৰ আহাৰৰ চাউল কৰ্তনৰ অভিযোগ সভাপতি, সম্পাদকৰ বিৰুদ্ধে। চাউল কৰ্তনত একাংশ সদস্যই বাধা দিয়াৰ বাবে …