Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ

Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা দুটা দশক অতিক্ৰম কৰিলে যদিও আগন্ত দিনত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰৰ মৰ্যাদা ধৰি ৰাখি পাৰিব …

National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

গুৱাহাটী :  অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০ ভাৰ্গিছ কুৰিয়েনৰ ১০১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন (National Milk Day) কৰে। পূৰবী ডেইৰী নামেৰে খ্যাত ৱেষ্ট আছাম …

Assam Jatiya Parishad : মাটি আৰু মানুহক সুৰক্ষা দিব নোৱাৰা চৰকাৰৰ ক্ষমতাত থকাৰ অধিকাৰ নাই : অসম জাতীয় পৰিষদ

গুৱাহাটী : যোৱা ২২ নৱেম্বৰত পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰ্কিডিং থানাৰ অন্তৰ্গত মুক্ৰ’ত মেঘালয়ৰ আক্ৰমণকাৰীৰ হাতত নিহত হোৱা অসমৰ বন সুৰক্ষা কৰ্মী বিদ্যাছিং লেকথেৰ বাসভৱনত শুকুৰবাৰে অসম জাতীয় পৰিষদৰ (Assam Jatiya Parishad) সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত এটা প্ৰতিনিধিৰ দল উপস্থিত …

Lurinjyoti Gogoi : নিজৰ মানুহক সুৰক্ষা দিয়াৰ সাহস নাই মুখ্যমন্ত্ৰীৰ : লুৰীণজ্যোতি গগৈ

বৈঠালংছু : মেঘালয়ৰ দুষ্কৃতিকাৰীৰ হাতত তিনিদিন পূৰ্বে নিহত হোৱা অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ বনৰক্ষী জোৱান বিদ্যাচিং লেকথেৰ বাসভৱনত শুকুৰবাৰে সদলবলে উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ (Lurinjyoti Gogoi)। বৈঠালাংছু নগৰৰ পৰা পাহাৰীয়া পথেৰে প্ৰায় ২৫ কিলো মিটাৰ …

Drinking Water : গুৱাহাটীত বেইলী খোৱা পানীৰ ডুপ্লিকেট ২০ লিটাৰৰ পানীৰ জাৰ জব্দ

গুৱাহাটী : পানীৰ নামত চলিছে জালিয়াতি (Drinking Water)। গুৱাহাটীত বেইলী খোৱা পানীৰ ডুপ্লিকেট ২০ লিটাৰৰ পানীৰ জাৰ জব্দ।বেছিভাগ খোৱা পানীৰ কাৰখানাৰ নাই অনুজ্ঞাপত্ৰ। ডুপ্লিকেট পানীৰ জাৰ নিৰ্মাণ কৰা কাৰখানাৰ মালিকক আৰক্ষীৰ জেৰা। ভগদত্তপুৰ আৰক্ষীয়ে বেইলী পেকেটযুক্ত খোৱা পানীৰ ডুপ্লিকেট ২০ …

Agriculture News : কৃষি বিভাগৰ উদ্যোগত উন্নত জাতৰ সৰিয়হৰ বীজ সিঁচা অনুষ্ঠান

নলবাৰী : বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে কৃষি বিভাগৰ বিশেষ পদক্ষেপ। কৃষি বিভাগৰ উদ্যোগত উন্নত প্ৰজাতিৰ সৰিয়হৰ বীজ সিঁচা অনুষ্ঠান। কেইবাজনো কৃষকৰ লগত মিলি কৃষি বিভাগৰ বিষয়ই সিঁচিলে উন্নত প্ৰজাতিৰ সৰিয়হৰ বীজ (Agriculture News)। অসমীয়া বীৰ লাচিত …

B. Barooha Cancer Institute : বি বৰুৱা কেঞ্চাৰ ইন্সটিটিউট আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তি

গুৱাহাটী : বি বৰুৱা কেঞ্চাৰ ইন্সটিটিউট (B. Barooha Cancer Institute) আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তি। মুকলি হ’ব কেঞ্চাৰ বায়’লজীত স্নাতকোত্তৰ আৰু পি এইচ ডি পাঠ্যক্ৰম। বুধবাৰে বি বৰুৱা কেঞ্চাৰ ইন্সটিটিউটৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বি বৰুৱা কেঞ্চাৰ …

Boarder Firing : অসম-মেঘালয়ৰ সীমান্তত গুলী চালনা : নিহত চাৰিজনকৈ লোক

কাৰ্বি আংলং : অসম-মেঘালয় সীমান্তত সংঘটিত হৈছে গুলী চালনাৰ ঘটনা (Boarder Firing)। গুলী চালনাৰ ঘটনাৰ নিহত হৈছে চাৰিজনকৈ লোক। নিহত সকলৰ ভিতৰত আছে এজন গৃহৰক্ষী জোৱান। আৰক্ষী আৰু বন বিভাগৰ লোকক আক্ৰমণ চলাইছিল দুৰ্বৃত্তৰ দলে। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় …

Agriculture News : কম্বাইন হাৰ্ভেষ্টাৰেৰে ধান কটা পৰ্বৰ শুভাৰম্ভ

নলবাৰী : নলবাৰী (Nalbari) জিলাৰ চামতা কৃষিচক্ৰৰ অন্তৰ্গত বনগাঁও গাঁও পঞ্চায়ৰ শিমলিয়া গাঁৱৰ পথাৰত কম্বাইন হাৰ্ভেষ্টাৰেৰে ধান কটা পৰ্ব আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। নলবাৰী জিলা কৃষি বিষয়া যোগেশ্বৰ ৰজমেধিয়ে শালিধানৰ পথাৰত নামি অত্যাধুনিক সঁজুলিবিধেৰে ধান কটাৰ শুভাৰম্ভণি কৰে। ধান কটা …

Robbery : মহানগৰীত গুলী চালনাৰ ঘটনা : দুৰ্বৃত্তই লুটি নিলে টকাৰ বেগ

গুৱাহাটী : মহানগৰী গুৱাহাটীত গুলী চালনাৰ ঘটনা। পঞ্জাৱৰীত সংঘটিত হয় এই গুলী চালনাৰ ঘটনা। শূন্য দূৰত্বৰ পৰা এজন লোকক গুলীয়ালে দুৰ্বৃত্তই। দুৰ্বৃত্তৰ গুলীত নিহত লোকজন। লুটি নিলে টকাৰ বেগ (Robbery)। মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড। শূন্য দূৰত্বৰ …