৭০ খনকৈ গাঁও এমাহ ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত

দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰাৰ টুমনিত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ। এমাহে বিদ্যুৎ সেৱা কৰ্তন হৈ থকা ৭০ খন গাঁৱৰ গ্ৰাহকক বিল দিয়াক লৈ প্ৰতিক্ৰিয়া। শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্তি দাহ প্ৰতিবাদকাৰীৰ। ৪৮ ঘণ্টাৰ ভিতৰত বিদ্যুৎ যোগান নহ’লে জিলা …

গৰৈমাৰীৰ এগৰাকী নাবালিকাৰ কৰুণ প্রেম কাহিনী

গৰৈমাৰী : এগৰাকী নাবালিকাৰ কৰুণ প্রেম কাহিনী। প্ৰেমৰ বাবেই জীৱন হেৰুৱালে এগৰাকী নাবালিকাই। প্ৰেমিকৰ লগত পলাই যোৱা নাবালিকা গৰাকীক ৰাইজে উদ্ধাৰ কৰি প্ৰেমিকৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিয়াৰ পিছতে প্ৰাণ হেৰুৱালে নাবালিকা গৰাকী। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মেৰগাণ্ডা গাঁৱত সংঘটিত হৈছে এক …

বিশ্বনাথ নগৰৰ বৌ বজাৰৰ পৰা দুটি শিশু শ্ৰমিক উদ্ধাৰ

জোনমণি বেগম বিশ্বনাথ : শিশু শ্ৰমিকৰ বিৰুদ্ধে বিশ্বনাথ জিলা প্ৰশাসনৰ অভিযান। বিশ্বনাথ নগৰৰ বৌ বজাৰৰ পৰা দুটি শিশু শ্ৰমিকক উদ্ধাৰ। বিশ্বনাথ জিলা প্ৰশাসন, বিশ্বনাথ আৰক্ষী, শ্ৰম বিভাগ আৰু সংহত শিশু বিকাশ প্ৰকল্প, বিশ্বনাথৰ এক যুটীয়া অভিযানত বিশ্বনাথৰ বৌ বজাৰৰ দুখন …

ইণ্টেৰিঅ’ৰ্ছ ছলিউচন নামৰ নতুন ম’বাইল এপ মুকলি

গুৱাহাটী : ইণ্টেৰিঅ’ৰ্ছ ছলিউচন নামৰ নতুন ম’বাইল এপ মুকলি। ইণ্টেৰিঅ’ৰ্ছ ছলিউচন এপল আই অ’ এছ প্লেটফৰ্মত লাভ কৰিব নিৰ্মাণ আৰু ইণ্টেৰিঅ’ৰে জড়িত বিভিন্ন তথ্য। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ সপোনক গতি প্ৰদানৰ লক্ষ্যৰে ৫ মাহ পূর্বে মুকলি কৰা হৈছিল ইণ্টেৰিঅ’ৰ্ছ …

কুমাৰপাৰাত ‘কাকে দি হাট্টি’ ৰেষ্টুৰেন্টৰ শুভাৰম্ভণি

গুৱাহাটী : মহানগৰী গুৱাহাটীৰ কুমাৰপাৰাত নতুন ৰেষ্টুৰেন্ট। কুমাৰপাৰাত ‘কাকে দি হাট্টি’ নামৰ ৰেষ্টুৰেন্টৰ শুভাৰম্ভণি। উত্তৰ ভাৰতীয় খাদ্যৰ জুটিৰ প্ৰতি ৰুচি থকা সকলৰ বাবে এটা সুখবৰ। উত্তৰ-পূবৰ প্ৰথম ফ্ৰেঞ্চাইজি হিচাপে গুৱাহাটীৰ কুমাৰপাৰা পাঁচ আলিত সোমবাৰে ‘কাকে দ হেট্টি’ ৰেষ্টুৰেণ্টখন মুকলি কৰা …

ঈদত গৰৈমাৰীৰ ঘৰলৈ আহিল আবেদ আলীৰ নশ্বৰ দেহ

গৰৈমাৰী : ঈদত গৰৈমাৰীৰ ঘৰলৈ আহিল আবেদ আলীৰ নশ্বৰ দেহ। ঈদ উপলক্ষে ঘৰলৈ আহি থকা অৱস্থাত আধা বাটতে ৰে’লৰ পৰা পৰি ৰহস্যজনকভাৱে মৃত্যুৰ মুখত পৰে আবেদ আলী। ঈদৰ নিশা আবেদ আলীৰ নশ্বৰ দেহ ঘৰ। আহি পোৱাৰ পিছতে কান্দোনৰ ৰোল। ৰাজ্যত …

১১ দিন অভিযান চলাই উদ্ধাৰ কৰা হ’ল কমলেশ তালুকদাৰৰ মৃতদেহ

গোলকগঞ্জ : গোলকগঞ্জৰ আগমনিৰ কালডোৱাত শোকাকুল পৰিৱেশ। ১১ দিন অভিযান চলাই অৱশেষত উদ্ধাৰ হ’ল ৰেল বিভাগৰ অভিযন্তা কমলেশ তালুকদাৰৰ মৃতদেহ। মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনৰ পিছৰে পৰা নিখোজ হৈ আছিল কমলেশ তালুকদাৰ। সোমবাৰে ধুবুৰী জিলাৰ গোলকগঞ্জৰ আগমনিৰ কালডোৱাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি …

২ জুলাইত এটিএম ভাঙি চাৰি চোৰে লুটি নিছিল ৩০ লাখ টকা

ৰঙিয়া : ২ জুলাইত ৰঙিয়াত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ চুৰিকাণ্ড। ভাৰতীয় ষ্টেট বেংকৰ এটিএম ভাঙি চাৰি চোৰে লুটি নিছিল ৩০ লাখ টকা। অৱশেষত ৰঙিয়া আৰক্ষীৰ জালত পৰিল চোৰ চাৰিজন। হাৰিয়ানাৰ পৰা চোৰ চাৰিজনক গ্ৰেপ্তাৰ কৰিলে ৰঙিয়া আৰক্ষীয়ে। কামৰূপ জিলাৰ ৰঙিয়া …

সঞ্জীৱনী চিকিৎসালয়ে তেওঁলোকৰ সফল ৰোগীসকলৰ সৈতে আইভিএফ বিভাগৰ প্ৰথম বাৰ্ষিকী উদযাপন কৰে

গুৱাহাটী : গুৱাহাটীৰ মালিগাঁওস্থিত সঞ্জীৱনী চিকিৎসালয়ে যোৱা এবছৰত জ্যেষ্ঠ বন্ধ্যাত্ব পৰামৰ্শদাতা ডাঃ আশীষ ধিৰাচাৰিয়াৰ নিৰ্দেশনাত তেওঁলোকৰ আইভিএফ বিভাগত ব্যাপক সফলতা লাভ কৰিছে। সঞ্জীৱনী আইভিএফৰ প্ৰথম বাৰ্ষিকী উপলক্ষে, বহুতো সফল ৰোগীয়ে তেওঁলোকৰ জনকত্বৰ সপোন বাস্তৱত পৰিণত কৰাৰ বাবে ডাঃ আশীষ ধিৰাচাৰিয়াক …

মানকাচৰৰ মিৰজুমালা ঈদগাহত ঈদ-উজ-জোহাৰ সমূহীয়া নামাজ

মানকাচৰ : মানকাচৰৰ মিৰজুমালা ঈদগাহত ঈদ-উজ-জোহাৰ সমূহীয়া নামাজ আদায়। ১০ সহস্ৰাধিক লোকে নামাজ আদায় কৰি বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা-প্ৰাৰ্থনা কৰে। ঈদ-উজ-জোহাৰ নামাজ আদায় কৰাৰ পিছতে ঘৰে ঘৰে পশু কোৰবাণী দি কোৰবাণী পৰ্ব সম্পন্ন কৰে। দেওবাৰে ইছলাম ধৰ্মাৱলম্বী লোক …