Wild Animals : কাছাৰত উদ্ধাৰ ১৩ টাকৈ দুষ্প্ৰাপ্য আফ্ৰিকান বান্দৰ
কাছাৰ : দুষ্প্ৰাপ্য বন্যপ্ৰাণী (Wild Animals) সৰবৰাহৰ মুখ্য পথলৈ ৰূপান্তৰিত হৈছে নেকি উত্তৰ পূব? উত্তৰ পূবৰ মাজেৰে দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহ কথাটো নিৰাপদ নেকি বন্যপ্ৰাণী সৰবৰাহকাৰী সকলৰ বাবে। কাছাৰত পুনৰ উদ্ধাৰ হৈছে ১৩ টাকৈ দুষ্প্ৰাপ্য আফ্ৰিকান বান্দৰ। উত্তৰ পূবৰ মাজেৰে ড্ৰাগছৰ …