তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত জে চি আইৰ ৰাষ্ট্ৰীয় সভাপতি
গুৱাহাটী : দেশৰ আটাইতকৈ জনপ্ৰিয় আৰু সক্রীয়া স্বেচ্ছাসেৱী সংগঠন জুনিয়ৰ চেম্বৰ ইণ্টাৰনেচনেল চমুকৈ জে চি আই। ১০০ বছৰীয় পুৰণি এই স্বেচ্ছাসেৱী সংগঠন জে চি আইয়ে যুৱক-যুৱতীসলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দি সংস্থাপন দি অহাৰ লগতে বিভন্ন দিশত মেনেজমেন্ট প্রশিক্ষণ তথা উদ্যোগীক …