বানৰ সংহাৰী ৰূপৰ মাজতে চাইকেল লৈ পাঁচ যুৱক ওলাল অসম যাত্ৰাত
জোনমণি বেগম বিশ্বনাথ : বানৰ সংহাৰী ৰূপৰ মাজতে চাইকেল লৈ পাঁচ যুৱক ওলাল অসম যাত্ৰাত। বিশ্বনাথৰ পাঁচ যুৱক চাইকেল লৈ সমগ্ৰ ৰাজ্য ভ্ৰমণৰ বাবে ওলাই আহিছে। ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিশ্বনাথৰ পাঁচ যুৱকে সোমবাৰৰ পৰা আৰম্ভ কৰে অসম যাত্রা। …