USTM :ইউ এছ টি এমত উত্তৰ-পূবত স্বাস্থ্যসেৱাৰ পদক্ষেপৰ ওপৰত বিশিষ্ট চিকিৎসকৰ আলোচনা
নিউজ ডেস্ক : এখন মেডিকেল কলেজ আৰু হাস্পাতাল আৰম্ভ কৰোতে অহা সমস্যা আৰু প্ৰত্যাহ্বানসমূহ বুজিবলৈ অঞ্চলটোৰ ৫০ জনতকৈ অধিক বিশিষ্ট আৰু প্ৰগতিশীল চিকিৎসকে মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত এক স্পন্দনশীল আলোচনাত অংশগ্ৰহণ কৰে। পি এ চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ এণ্ড …