Fire Incident : বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল কেইবা লক্ষাধিক টকাৰ সম্পত্তি
অলি উল্লা খান লাহৰীঘাট : বিধ্বংসী অগ্নিকাণ্ডত (Fire Incident) জাহ গ’ল কেইবা লক্ষাধিক টকাৰ সম্পত্তি। সমাজসেৱকৰ বাসগৃহ ভস্মীভূত। সমাজসেৱকজনৰ সকলো নথিপত্ৰ আৰু নদগ ধনো জুইত জাহ যায়। স্থানীয় ৰাইজৰৰ তৎপৰতা নিৰ্বাপন হয় জুই। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ নগাবন্ধাত সংঘটিত হয় এক …