বাক্সাৰ জাৰতালুকত পাগলাদিয়া নদীৰ মথাউৰিলৈ প্ৰচণ্ড ভাবুকি
আজিজ আলী নলবাৰী : ধমধমাত পাগলাদিয়াৰ মথাউৰি ছিঙাৰ উপক্ৰম। ধমধমাৰ নিকটৱৰ্তী বাক্সা জিলাৰ অন্তৰ্গত জাৰতালুকত পাগলাদিয়া নদীৰ মথাউৰিটোলৈ প্ৰচণ্ড ভাবুকিৰ সৃষ্টি হৈছে। পাঁচ কোটি টকাৰে নিৰ্মাণ কৰা মাথাউৰি খহনীয়াৰ কবলত পৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে ৰাজ্যৰ …