Drugs Seized In Guwahati : মহানগৰী গুৱাহাটীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন
গুৱাহাটী : ড্ৰাগছ বিৰোধী (War Against Drugs) অভিযান চলাই অসম আৰক্ষীয়ে পুনৰ লাভ কৰিছে এক বৃহৎ সাফল্য। মহানগৰী গুৱাহাটীত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ হে’ৰইন। হে’ৰইনখিনি জব্দ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্ৰাগছ বিৰোধী …