লখিমপুৰৰ ৰক্তোৎপল শইকীয়া প্ৰথম আৰু নলবাৰীৰ ভূয়াসী মেধি দ্বিতীয়
গুৱাহাটী : মঙলবাৰে ঘোষণা কৰা হয় হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাত ঘোষণা কৰা হয় পৰীক্ষাৰ ফলাফল। এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থনা দখল কৰিছে লখিমপুৰ জিলাৰ ৰক্তোৎপল শইকীয়াই। দ্বিতীয় স্থান দখল কৰিছে নলবাৰীৰ ভূয়াসী মেধি। তৃতীয় …