John Abraham : জনপ্ৰিয় অভিনেতা জন আব্ৰাহামৰ সৈতে বন্ধুত্ব স্থাপন চাৰ্ভোৰ
নিউজ ডেস্ক : চাৰ্ভোৰ সোণালী জয়ন্তী উদযাপনৰ মাজতে জনপ্ৰিয় ভাৰতীয় অভিনেতা জন আব্ৰাহামে (John Abraham) শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত এক জাক-জমকতাপূৰ্ণ অনুষ্ঠানত মটৰবাইকৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰি উলিওৱা চাৰ্ভো ৪টি এক্সট্ৰা লুব্ৰিকেণ্ট মুকলি কৰে। “আমাৰ দেশক এক উন্নত ভৱিষ্যতৰ দিশে আগবাঢ়ি …