কংগ্ৰেছ আৰু এআইইউডিএফ কৰ্মীয়ে ঢাপলি মেলিছে আম আদমি পাৰ্টীলৈ

নুৰুদ্দিন বিলাসীপাৰা : কংগ্ৰেছ আৰু এআইইউডিএফ কৰ্মীয়ে ঢাপলি মেলিছে আম আদমি পাৰ্টীলৈ। কংগ্ৰেছ আৰু এআইইউডিএফৰ শতাধিক কৰ্মীয়ে যোগদনা কৰিছে আম আদমি পাৰ্টীত। আগন্তক পঞ্চায়ত আৰু বিধনাসভা নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলক প্ৰত্যাহ্বান জনোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে দলটোৱে। কংগ্ৰেছৰ বিকল্প আম আদমি …

নলবাৰীত এক ভয়ংকৰ পথ দুর্ঘটনাত নিহত এজন যুৱক

আজিজ আলী নলবাৰী : নলবাৰীত এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত নিহত হৈছে এজন যুৱক। পথৰ কাষত ৰাইজৰ উদ্ধাৰ কৰে এজন যুৱকৰ মৃতদেহ আৰু স্কুটী। দুর্ঘটনাস্থলীত আৰক্ষী উপস্থিত। নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পথত সংঘটিত হৈছে এক ভয়ংকৰ …

ৰাইজে খেদি খেদি আটক কৰিলে দুজন চাইকেল চোৰক

গৰৈমাৰী : ৰাইজে খেদি খেদি আটক কৰিলে দুজন চাইকেল চোৰক। গৰৈমাৰীৰ জোৰশিমুলীত ৰাইজে খেদি খেদি আটক কৰিলে দুজন চাইকেল চোৰক। চোৰে নিজ মুখে স্বীকাৰ কৰিলে চাইকেল চুৰ কৰাৰ কথা। চাইকেল চোৰ দুজন ড্ৰাগছ আসক্ত বুলি জানিবলৈ দিয়া ৰাইজে। দক্ষিণ কামৰূপৰ …

নগাঁও আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী মহিদুল ইছলাম

নগাঁও : নগাঁও আৰক্ষীৰ গুলী চালনা। পুনৰ এজন অপৰাধীক লক্ষ্য কৰি নগাঁও আৰক্ষীৰ গুলী চালনা। নগাঁও আৰক্ষীৰ গুলীত আহত হৈছে ড্ৰাগছ সৰবৰাহকাৰী মহিদুল ইছলাম। আৰক্ষীক দাৰে আক্ৰমণ কৰি পলায়নৰ চেষ্টা চিলাইছল কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মইদুল ইছলাম। এজন আৰক্ষীৰ লোক অহাত …

শুকুৰবাৰে নিশা যোৰাবাটৰ ১৫ মাইলত ভয়ংকৰ অগ্নিকাণ্ড

যোৰাবাট : শুকুৰবাৰে নিশা যোৰাবাটৰ ১৫ মাইলত ভয়ংকৰ অগ্নিকাণ্ড। প্লাষ্টিকৰ বস্তা প্ৰস্তুত কৰা এটা প্ৰতিষ্ঠানত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সম্পত্তি ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে দীর্ঘ সময় ধৰি প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰে। শুকুৰবাৰে নিশাৰ …

যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সাফল্য

যোৰাবাট : যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ কৰিলে যোৰাবাট আৰক্ষীয়ে। বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী পৰিছে যোৰাবাট আৰক্ষীৰ জালত। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। প্ৰতিদিনে ৰাজ্যত জব্দ …

হাতীগাঁৱত এগৰাকী মহিলক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ

গুৱাহাটী : গুৱাহাটী মহানগৰীত পুনৰ এক জঘন্য ধর্ষণকাণ্ড। এগৰাকী মহিলাক দলবদ্ধ ধর্ষণ গুৱাহাটী মহানগৰীত। হাতীগাঁৱত এগৰাকী কাৰ্বি মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ধর্ষণকাণ্ডৰ লগত জড়িত থকা তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে হাতীগাঁও আৰক্ষীৰ। হাতীগাঁৱৰ নীলকমল পথত সংঘটিত হৈছে এক …

বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত অৰুণাচলী সুৰাৰ উজান

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথ আৰক্ষীৰ অভিযানত জব্দ ১০০০ ক‍ৰ্টুন অবৈধ অৰুণাচলী সুৰা। অৰুণাচল প্ৰদেশৰ পৰা প্ৰায় ৩০ লাখ টকা মূল্যৰ অবৈধ অৰুণাচলী সুৰা লৈ আন স্থানলৈ গৈ থকা সময়ত বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ট্ৰাকসহ সুৰাখিনি। বিশ্বনাথ চাৰিআলি …

সীমা বিবাদ সমাধানৰ বাবে জিলা পৰ্যায়ৰ সমিতি গঠন: ড০ দিব্যজ্যোতি শইকীয়াৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপক শলাগ

গুৱাহাটী : অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত দীৰ্ঘদিন ধৰি সীমান্ত সমস্যাক লৈ বিবাদ চলি আছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক সাক্ষাৎ কৰি ঘোষণা কৰে যে দীৰ্ঘদিন ধৰি চলি অহা সীমা বিবাদৰ সমাধানৰ বাবে …

শিশু ধর্ষণকাৰী ইদ্ৰিছ‌ আলীৰ ভৰিত লাগিল আৰক্ষীৰ গুলী

বটদ্ৰবা : শিশু ধর্ষণকাৰী ইদ্ৰিছ‌ আলীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। শিশু ধর্ষণকাৰী ইদ্ৰিছ‌ আলীৰ ভৰিত লাগিল আৰক্ষীৰ গুলী। আৰক্ষীৰ গুলীত গুৰুত্বৰভাৱে আহত ইদ্ৰিছ‌ আলীক চিকিৎসালয়ত ভৰ্তি। এটি ৪ বছৰীয়া কন্যাক ধর্ষণ কৰিছিল ৭০ বছৰীয়া ইদ্ৰিছ‌ আলীয়ে। ৰাজ্যত পুনৰ আৰক্ষীৰ …