ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ ডঃ দিব্যজ্যোতি শইকীয়ালৈ বিশেষ সন্মান
গুৱাহাটী : শুকুৰবাৰে বিশ্ব মানৱতা দিৱস উপলক্ষে ৰাজস্থানৰ মাউন্ট আবূত অৱস্থিত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ গুৱাহাটী শাখাই গুৱাহাটীৰ মাছখোৱাত অৱস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অসমৰ ৫০ জনতকৈ অধিক সমাজ কৰ্মীক বিশেষ সন্মান প্ৰদান কৰে। প্ৰজাপিতা ৰাজযোগ চেণ্টাৰৰ সামাজিক উইংয়ে আয়োজন কৰা …