Blind Cricket : দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতাত ত্ৰিপুৰাৰ বিৰুদ্ধে ৮ উইকেটত বিজয় সাব্যস্ত অসমৰ
নিউজ ডেস্ক : ত্ৰিপুৰা দৃষ্টিহীন ক্ৰিকেট সন্থা (Tripura Blind Cricket Association) আৰু সদৌ ত্ৰিপুৰা দৃষ্টিহীন সমিতিৰ উদ্যোগত ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ নৰসিংহগড় পঞ্চায়ত খেলপথাৰত শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা আন্তঃৰাজ্যিক দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা ২০২২ৰ প্ৰথম দিনৰ উদ্বোধনী খেলত অসম দলে …