অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক

গুৱাহাটী : গুজৰাটৰ কংগ্ৰেছ দলৰ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ। অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক। বুধবাৰে নিশাৰ ভাগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গুজৰাটৰ কংগ্ৰেছ বিধায়ক গৰাকীক। গুজৰাটৰ ভাডগাম বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক জিগনেশ মেৱানীক অসম আৰক্ষীয়ে …

বলীউড আৰু পাঞ্জাৱী সংগীত পৰিচালক ৰাজবীৰ সিঙৰ অসমীয়া গীত মুকলি

গুৱাহাটী : বলীউড আৰু পাঞ্জাৱী সংগীত জগতত সংগীত পৰিচালক হিচাপে সুপ্ৰতিষ্ঠিত ৰাজবীৰ সিঙে অসমীয়া আৰু পাঞ্জাৱী ভাষাত প্ৰস্তুত কৰা “মায়াবিনী” শীৰ্ষক এটি গীত গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে মুকলি কৰে। সাংবাদিক হেমন্ত শৰ্মাই আঁতধৰা অনুষ্ঠানটিত মুখ্য অতিথিৰূপে উপস্থিত থাকে প্ৰতিষ্ঠিত ব্যৱসায়ী …

দাৰে ঘপিয়াই পিতৃক হত্যা কৰিলে এজন নিচাসক্ত যুৱকে

আজিজ আলী নলবাৰী : নলবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন নিচাসক্ত যুৱকে দাৰে ঘপিয়াই হত্যা কৰে পিতৃক। নিচাসক্ত যুৱকজনৰ দাৰ আক্ৰমণত আহত হয় ভাতৃ। পিতৃ আৰু ভাতৃক দাৰে আক্ৰমণৰ কৰা যুৱকজনে বিষ পান কৰি আত্মহত্যাৰ চেষ্টা চলায়। নলবাৰী জিলাৰ …

ৰঙিয়াত দুর্ঘটনাত পতিত প্ৰমোদ বড়োৰ কনভয় : এজন নিহত

ৰঙিয়া : ৰঙিয়াত দুর্ঘটনাত পতিত বিটিআৰ’ৰ মুৰব্বী প্ৰমোদ বড়োৰ কনভয়। দুর্ঘটনাত এজন আৰক্ষীৰ জোৱান নিহত হোৱাৰ লগতে আহত হয় তিনিজনকৈ লোক। নিহত আৰক্ষী জোৱানজনৰ নাম ৰাজু কলিতা। মঙলবাৰে নিশা বিটিআৰ’ৰ মুৰব্বী প্ৰমোদ বড়োৰ কনভয় এক পথ দুর্ঘটনাত পতিত হয়। পথ …

জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই নিজে হাতে কামে লাগিলে ৰাইজ

গৰৈমাৰী : জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাইছে ছয়গাঁও সমষ্টিৰ ৰাইজে। গৰৈমাৰীত ৰাইজে নিৰ্মাণ কৰিলে পথ। নিৰ্বাচনৰ পূৰ্বে জনপ্ৰতিনিধিতয়ে কেৱল প্ৰতিশ্ৰুতি দিয়ে বুলি ক্ষোভ উজাৰিলে ৰাইজে। বিধায়ক ৰেকিবুদ্দিন আহমেদক তীব্ৰ সমালোচনা ক্ষোভিত ৰাইজৰ। নিৰ্বাচনৰ পূৰ্বে বিভিন্ন প্ৰতিশ্ৰুতিৰ বন্যা লৈ গাঁৱে গাঁৱে ভোট …

প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে ছাত্ৰীক আক্ৰমণ

গৰৈমাৰী : এগৰাকী ছাত্ৰীক পাঁচ জনীয়া দুৰ্বৃত্তৰ দলৰ আক্ৰমণ। প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকীক আক্ৰমণ চলালে পাঁচ জনীয়া দুৰ্বৃত্তৰ দলটোৱে। গুৰুত্বভাৱে আহত ছাত্ৰী গৰাকী। ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকৰ ওপৰত চলিল দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণ। প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ …

মহানগৰীৰ পাণ্ডুত নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত মহিলা

গুৱাহাটী : মহানগৰীত নাহৰফুটুকী বাঘৰ সন্ত্ৰাস। পুৱাৰ ভাগত পাণ্ডুত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে সন্ত্ৰাস চলায়। নাহৰফুটুকী বাঘটোত আক্ৰমণত আহত হয় এগৰাকী মহিলা। বন বিভাগৰ প্ৰচেষ্টত পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকী বাঘটোক। মঙলবাৰে পুৱাৰ ভাগত মহানগৰী গুৱাহাটীৰ পাণ্ডুত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে সন্ত্ৰাস …

গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত বাগৰিল এখন চাৰি চকীয়া বাহন

গুৱাহাটী : গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত ভয়ংকৰ পথ দুর্ঘটনা। উৰণীয়া সেঁতুৰ ওপৰত বাগৰিল এখন চাৰি চকীয়া বাহন। সুৰামত্ত অৱস্থাত আছিল বাহনখনৰ চালকজন। সংকটজনক অৱস্থাত বাহনখনৰ চালকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ। সোমবাৰে নিশাৰ ভাগত মহানগৰীৰ গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত সংঘটিত …

চিটি চেণ্টাৰৰ এক্সক্লুছিভ শ্ব’ৰুমত অ’প্পো এফ ২১ প্ৰ’ মুকলি

গুৱাহাটী : অৱশেষত অপেক্ষাৰ অন্ত পৰিল। স্মাৰ্টফোন নিৰ্মাতা অ’প্পোৱে বজাৰত মুকলি কৰিলে নতুন অ’প্পো এফ ২১ প্ৰ’ মোবাইল ফোন। সোমবাৰে মহানগৰীৰ চিটি চেণ্টাৰৰ তৃতীয় মহলাত থকা অপ্পো এক্সক্লুছিভ শ্ব’ৰুমত অভিনেত্ৰী দেৱশ্ৰী গগৈয়ে অ’প্পো এফ ২১ প্ৰ’ স্মাৰ্টফোন মুকলি কৰে। উক্ত …

ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰ নদীত ডুব গ’ল ১৫ খনকৈ নাও

ফকিৰগঞ্জ : ফকিৰগঞ্জত ধুমুহা-বৰষুণৰ তাণ্ডৱ। ফকিৰগঞ্জত ধুমুহা-বৰষুণৰ ফলত বিস্তৰ ক্ষতি সাধন। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বান্ধি থোৱা ১৫ খনকৈ নাও ধুমুহা-বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীত ডুব যায়। দেওবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নামনি অসমত ধুমুহা-বৰষুণে তাণ্ডৱলীলা চলায়। বিশেষকৈ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত …