শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ গৰ্ভগৃহত হাতুৰীৰ কোব
আমিনুৰ ৰহমান শিৱসাগৰ : শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ গৰ্ভগৃহত হাতুৰীৰ কোব। উঠাই দিয়া হ’ল শিৱদৌলৰ শিৱ লিংগ তথা পূজা অৰ্চনা কৰা মাংগলীক মূৰ্তি। শিৱদৌলৰ গৰ্ভভাগৰ মজিয়া চুৰ্ণ বিচুৰ্ণ কৈ ভাঙি দিয়া হৈছে। সামাজিক মাধ্যমত খলকনি লগোৱা প’ষ্টটত বিভ্ৰান্ত নহ’বলৈ আহ্বান শিৱদৌল …