গুৱাহাটীত চি এফ মোটোৰ প্ৰথমটো স্প’ৰ্টছ বাইক শ্ব’ৰুম মুকলি
গুৱাহাটী : গুৱাহাটীত চি এফ মোটোৰ প্ৰথমটো স্প’ৰ্টছ বাইক শ্ব’ৰুম মুকলি। প্ৰিমিয়াম স্পৰ্টছ বাইক ব্ৰেণ্ড, চিএফ মোটোৱে গুৱাহাটীত নিজৰ শ্ব’ৰুম মুকলি কৰিছে। সদ্যহতে গুৱাহাটীৰ চান্দমাৰীস্থিত শ্ব’ৰুমত ৩০০ এনকে, ৬৫০ এনকে, ৬৫০ এমটি, ৬৫০ জিটিৰ দৰে মডেল মুকলি কৰিছে। অসমীয়া ছবি …